গৌৰৱোজ্জল সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ত যাতে আগন্তুক দিনত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰিব পৰা যায় সেই কথা চিন্তা কৰিব লাগিব বুলি মন্তব্য কৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। আজিৰেপৰা অনুষ্ঠিত হোৱা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ পাছত সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায় আগন্তুক পঞ্চাশ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব বুলিও কয়। আনহাতে সোণাৰি তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত সোণাৰি মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ চিন্তা কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংবাদিকৰ আগত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुप्रीम कोर्ट के इस फैसले के खिलाफ बीजेपी के साथ आई कांग्रेस
कांग्रेस ने एससी-एसटी आरक्षण में वर्गीकरण और क्रीमी लेयर संबंधी सुप्रीम कोर्ट के फैसले पर विरोध...
ખાદી ભંડારમાં થયેલ ચોરીને ગણતરીની કલાકોમાં ડિટેક્ટ કરવામાં સફળતા મેળવતી કીર્તિ મંદિર પોલીસ
ખાદી ભંડારમાં થયેલ ચોરીને ગણતરીની કલાકોમાં ડિટેક્ટ કરવામાં સફળતા મેળવતી કીર્તિ મંદિર પોલીસ
18 वर्षीय युवती ने अज्ञात कारणों के चलते फांसी लगाकर की आत्महत्या महेवा ग्राम में घटी घटना
18 वर्षीय युवती ने अज्ञात कारणों के चलते फांसी लगाकर की आत्महत्या महेवा ग्राम में घटी घटना...
ડીસામાં મોબાઇલ ફોન પર લુડો ગેમથી જુગાર રમતાં શખ્સને પોલીસે ઝડપ્યો
બનાસકાંઠા જિલ્લા પોલીસ વડાની સૂચનાથી બનાસકાંઠા લોકલ ક્રાઇમ બ્રાન્ચના કાનસિંહ, જોરાવરસિંહ, સંજયભાઈ...