শিল্পী সমাজ টংলাৰ উদ্যোগতো টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ সন্মুখত গছৰ তলত উদযাপন কৰা হয় সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন। অৱসৰ প্ৰাপ্ত শিক্ষক, গীতিকাৰ, গায়ক তথা শিল্পী সমাজ টংলাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ বৰুৱাই উদ্বোধন কৰা একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গায়ত্ৰী তালুকদাৰ, অনিমা নাথ, যত্না ৰাভা, লক্ষহীৰা চহৰীয়া, কিৰণ ডেকা, শিল্পী সমাজ টংলাৰ সভাপতি কমলেশ্বৰ ৰাভা, জোনালী বৰা, পবন বণিয়া, ত্ৰিলোচন ডেকা আদিয়ে ভূপেনদাৰ কালজয়ী গান গাই সাংস্কৃতিক অনুষ্ঠানভাগি মনোমুগ্ধ কৰি তোলে। টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা, টংলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিবেদিতা ডেকা বৰুৱা, সম্পাদিকা পূৰ্ণিমা ভূঞা, বাদ্যযন্ত্ৰ শিল্পী মুক্তা ডেকা, বিশিষ্ট বেহেলা বাদক নৱজিৎ দাস প্ৰমুখ্যে বিভিন্ন ব্যক্তিয়ে পুষ্পাঞ্জলি অৰ্পণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ছিপাঝাৰ বালিপাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
ছিপাঝাৰৰ বালিপাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
বালিপাৰাৰ মাজেৰে যোৱা পথৰ এটি কালভাৰ্টৰ তলত...
भाजपचा शिंदेंवरच डाव? बालेकिल्ल्यात भाजपने तयारी केली? Shrikant Shinde Devendra Fadnavis
भाजपचा शिंदेंवरच डाव? बालेकिल्ल्यात भाजपने तयारी केली? Shrikant Shinde Devendra Fadnavis
Seema Haider 'Fears' Pak Return, Seeks Indian Citizenship; Reaches Out To President Murmu
Pakistani national Seema Haider, who illegally entered India to be with her partner Sachin Meena,...
High Fiber Diet Explained - Soluble vs Insoluble Fiber? | Dr. Vishal Tomar | Open Consult
High Fiber Diet Explained - Soluble vs Insoluble Fiber? | Dr. Vishal Tomar | Open Consult
માર્ગ સલામતી માસ 2024 નું ઉજવણી નેત્ર ચકાસણી
માર્ગ સલામતી માસ 2024 ની ઉજવણી કરાઈ
ખેડબ્રહ્મા ખાતે
સાબરકાંઠા જિલ્લા ટ્રાફિક પોલીસ અને...