গোলাঘাট নগৰৰ মাছ বজাৰত দিন দুপৰতে এজন লোকৰ পৰা পইচা লৈ পলাবলৈ লওঁতেই ৰাইজৰ হাতত কৰায়ত্ত এজন লোক l। গোলাঘাটত এইবাৰ চালনাকাৰী যুৱকৰ তান্দব l গোলাঘাট নগৰৰ মাছ বজাৰত চাঞ্চল্যকৰ ঘটনা l অকস্মাৎ এজন লোক আহি মাছ বজাৰত এজন মাছ বেপাৰীৰ পৰা ২০০০ টকা লৈ মাছ পাচঁ কেজি আৰু মাংস পাচ কেজি কাটিবলৈ দি পলায়ন কৰিবলৈ লওঁতেই মাছ মাংস বেপাৰী জুব্ক কেইজনে এখন গাৰীৰ পৰা নমাই আনি আৰক্ষীক চমজাই দিয়ে চলনাকাৰী যুৱক জনক