ধেমাজি,৩০জুলাই:

ধেমাজি আৰক্ষীৰ উদ্যোগত ধেমাজি তুলসীবাৰীতস্থিত আৰক্ষীৰ ছাউনিত আৰক্ষীৰ অধীক্ষক ৰঞ্জন ভূঞা,সদৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মাৰ,উপ আৰক্ষী অধীক্ষক, সহকাৰী আৰক্ষীৰ অধীক্ষকৰ লগতে উচ্চ পদস্থ আৰক্ষীৰ বিষয়াৰ উপস্থিতিত ২০১৫-১৯চনলৈকে ধেমাজি আৰক্ষীয়ে জব্দ কৰা প্ৰায় দহ লাখ টকাৰ হি'অৰিন,ড্ৰাগছ,কানি আৰু ভাংৰ নিষ্কাষণ কৰে , ধেমাজি আদালতৰ অনুমতি সাপেক্ষে এই বিহৎ পৰিমাণ নিচাজাতীয় সামগ্ৰীৰ খিনি জুইত পুৰি নষ্ট কৰে বুলি জানিব দিয়ে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ।।