বানৰ বিভীষিকাৰ পাছত এতিয়া মৰাণৰ খোৱাঙত উঠিছে মাছৰ উজান। খোৱাঙৰ কাৱৈমাৰীত এতিয়া কুইণ্টলে কুইণ্টলেধৰিছে মাছ। সহসোাধিক লোকে দিনে নিশাই মাছ ধৰাত ব্যস্ত হৈ পৰিছে ।কাৱৈমাৰী অঞ্চলৰ এখন বিলৰ পৰা ওলাই অহা জান সদৃশ এটা নলাত এই মাছৰ উজান।উঠিছে। খোৱাঙ অঞ্চলৰ বিভিন্ন গাৱৰ পুৰুষ-মহিলাই জাল ঘুকুটি আদিলৈ তিনিদিন মানৰ পৰা পুঠি কুঁহি শাল শল বৰালী আদি মাছ সমুহ ধৰিছে। সহস্ৰাধিক লোকৰ এই মাছ ধৰা দৃশ্য চাবলৈ ঠাইডোখৰলৈ অগণন লোকৰ সোঁত বৈছে। উল্লেখযোগ্য যে বুঢ়ী ডিহিং নদীৰ নিচেই কাষতে আছে এই বিলখন। নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছ সমূহ বিলত থাকি যায়। পানী শুকাবলৈ ধৰাৰ লগে লগে মাছৰ উজান উঠিবলৈ ধৰে। একোজন মাছ মৰীয়াই ১০হেজাৰ টকা পৰ্য্যন্ত মাছ বিক্ৰী কৰিছে বুলি জানিবলৈ দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ટ્રકના ડ્રાઇવરે સ્ટીયરિંગ પરનો કાબુ ગુમાવતા અકસ્માત સર્જાયો ॥ સ્ટ્રીટ ન્યુઝ
ટ્રકના ડ્રાઇવરે સ્ટીયરિંગ પરનો કાબુ ગુમાવતા અકસ્માત સર્જાયો ॥ સ્ટ્રીટ ન્યુઝ
आमदार प्रताप अडसड यांच्या मागणीला यश
अमरावती जिल्ह्यातील धामणगाव रेल्वे मतदार संघाचे भाजपचे आमदार प्रताप अडसड यांच्या सतर्कतेने अखेर...
દાહોદ જિલ્લા પોલીસ દ્વારા અસામાજિક તત્વો વિરુદ્ધ અસરકારક અટકાયતી પગલાં...
દાહોદ જિલ્લા પોલીસે વિતેલા ચોવીસ કલાકની અંદર ગેરકાયદે પ્રવૃતિઓ કરતાં ઈસમો વિરૂધ્ધ કાર્યવાહી કરતાં...
ಬೆಂಗಳೂರು ಜಲಮಂಡಳಿ ಸಭಾಂಗಣದಲ್ಲಿ 'ಬೆಂಗಳೂರು ಜಲಮಂಡಳಿ ಎಂಜಿನಿಯರ್ ಗಳ ಸಂಘ' ದ ವತಿಯಿಂದ "ಜಲಪಥ ವಿಚಾರಸಂಕಿರಣ ನಡೆಯಿತು.
ಬೆಂಗಳೂರು, ಮಾರ್ಚ್ 14, 2025
ಬೆಂಗಳೂರು ಜಲಮಂಡಳಿ ಸಭಾಂಗಣದಲ್ಲಿ 'ಬೆಂಗಳೂರು ಜಲಮಂಡಳಿ ಎಂಜಿನಿಯರ್ ಗಳ ಸಂಘ' ದ...