বানৰ বিভীষিকাৰ পাছত এতিয়া মৰাণৰ খোৱাঙত উঠিছে মাছৰ উজান। খোৱাঙৰ কাৱৈমাৰীত এতিয়া কুইণ্টলে কুইণ্টলেধৰিছে মাছ। সহসোাধিক লোকে দিনে নিশাই মাছ ধৰাত ব্যস্ত হৈ পৰিছে ।কাৱৈমাৰী অঞ্চলৰ এখন বিলৰ পৰা ওলাই অহা জান সদৃশ এটা নলাত এই মাছৰ উজান।উঠিছে। খোৱাঙ অঞ্চলৰ বিভিন্ন গাৱৰ পুৰুষ-মহিলাই জাল ঘুকুটি আদিলৈ তিনিদিন মানৰ পৰা পুঠি কুঁহি শাল শল বৰালী আদি মাছ সমুহ ধৰিছে। সহস্ৰাধিক লোকৰ এই মাছ ধৰা দৃশ্য চাবলৈ ঠাইডোখৰলৈ অগণন লোকৰ সোঁত বৈছে। উল্লেখযোগ্য যে বুঢ়ী ডিহিং নদীৰ নিচেই কাষতে আছে এই বিলখন। নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছ সমূহ বিলত থাকি যায়। পানী শুকাবলৈ ধৰাৰ লগে লগে মাছৰ উজান উঠিবলৈ ধৰে। একোজন মাছ মৰীয়াই ১০হেজাৰ টকা পৰ্য্যন্ত মাছ বিক্ৰী কৰিছে বুলি জানিবলৈ দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જંબુસર કાવીગામે, ડો. તુષાર પટેલ સંચાલિત જંબુસર જનરલ હોસ્પિટલ દ્વારા "સગર્ભા બહેનો"માટે કેમ્પ.
જંબુસર કાવીગામે, ડો. તુષાર પટેલ સંચાલિત જંબુસર જનરલ હોસ્પિટલ દ્વારા "સગર્ભા બહેનો"માટે કેમ્પ.
তিনিচুকীয়াৰ এ নিউ হাই স্কুলত ছাত্র ছাত্ৰীৰ মাজত সপ্তাহজোৰা ৰন্ধন আৰু ফেশ্যন প্ৰশিক্ষণৰ সফল সমাপ্তি
তিনিচুকীয়াৰ এ নিউ হাই স্কুলত ছাত্র ছাত্ৰীৰ মাজত সপ্তাহজোৰা ৰন্ধন আৰু ফেশ্যন প্ৰশিক্ষণৰ সফল সমাপ্তি
শিৱসাগৰত কৃতজ্ঞতা পেঞ্চন সেৱা আঁচনি শুভ উদ্ধোধন
*শিৱসাগৰত কৃতজ্ঞতা পেঞ্চন সেৱা আচনিৰ শুভ উদ্ধোধন**আজি বিদ্যালয়ৰ সমুহৰ পৰিদৰ্শক কাৰ্য্যলয়ত...
আইনৰ ৰক্ষক হৈ হিমন্তই নিজে আইন হাতত তুলি লৈছেঃ ৰিপুণ বৰা
ৰাজ্যত বৃদ্ধি পাইছে তৃণমূল কংগ্ৰেছৰ গতিবিধি। নামনি অসমত শক্তিশালী ৰূপত উত্থান ঘটা তৃণমূল কংগ্ৰেছ...