◆দিল্লীৰ শিক্ষা ব্যৱস্থা আৰু অসমৰ পয়ালগা শিক্ষা ব্যৱস্থাৰ লগতে যোৰহাটৰ শিক্ষা ব্যৱস্থাৰ ভয়ংকৰ ছবি উদঙালে আম আদমী পাৰ্টিৰ ৰাজ্যিক সংগঠনিক সম্পাদক দিব্যজ্যোতি শৰ্মাই ।

সংবাদমেলত মহা বিস্ফোৰণ কৰিলে স্বজমিন তদন্তৰ পিছত ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল এজন মেয়াৰ বুলি তাচিল্য সূচক মন্তব্য কৰাক লৈ প্ৰতীক্ৰিয়া আম আদমী পাৰ্টিৰ ।

এখনৰ পিছত এখন অসমৰ বিদ্যালয়ৰ বন্ধ হৈছে কিন্তু দিল্লীত এখনৰ পিছত এখন বিদ্যালয় প্ৰতিষ্ঠা হৈছে ।

১৮৮ খন বিদ্যালয়ৰ বন্ধ হৈ গৈছে যোৰহাটত ।

ডেস্ক-বেঞ্চ নাই বহিবলৈ, উপযুক্ত আন্তঃগাঁথনি নাই, পৰ্যাপ্ত শিক্ষক নাই বিদ্যালয়ত তথা এই বিদ্যালয় সমূহ বিগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী হৈ থকা দিনতেই প্ৰতিষ্ঠা হৈছিল ।