সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উন্মোচন কৰিলে সোণাৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁইৰ পূৰ্ণাংগ মূৰ্তি। সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁইৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ধৰ্মেশ্বৰ কোঁৱৰে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। শাৰীৰিক অসুস্থতাৰ পাছতো মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা গোলাপ বৰগোহাঁইদেৱৰ সন্মুখতে উন্মোচন কৰা হয় তেখেতৰ প্ৰতিমূৰ্তিটো। উন্মোচনী অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈ, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિલ્હીને હચમચાવી નાખવાનું ષડયંત્ર 15 ઓગસ્ટ પહેલા નિષ્ફળ, 2 હજાર કારતુસ સાથે સપ્લાયરની ધરપકડ
દિલ્હી પોલીસ 15મી ઓગસ્ટે હાઈ એલર્ટ પર છે. પોલીસે આનંદ વિહાર વિસ્તારમાંથી એક સપ્લાયરને પકડી લીધો...
ડીસા તાલુકા પંચાયત
ડીસા તાલુકા પંચાયત નાં તાલુકા વિકાસ અધિકારી અને વિસ્તરણ અધિકારી તેમજ તલાટીઓને મળીને આચર્યું 2...
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটকেন্দ্রত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
আজি সম্পন্ন হল দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া।ভোটদানৰ দিনটোত মাহমৰা...
মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত বিদেশী পৰ্যটকক লগত লৈ উপস্থিত হ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জী
উজনি অসমৰ এখন আগশাৰীৰ অন্ধ বিদ্যালয় হৈছে মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়। 1971 চনতে প্ৰতিষ্ঠা...
ગાંધીનગર પ્રોપર્ટી એકસપો 2022 નું આયોજન
જન-જન સુધી નિષ્પક્ષ અને સચોટ સમાચાર પહોંચાડનાર દિવ્ય ભાસ્કર દ્વારા આજરોજ ગાંધીનગર ખાતે આયોજિત...