সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বানে ধোৱা গাঁও নামৰ এখনি শিশু নাট মঞ্চস্থ কৰা হয়। সোণাৰিৰ সামাজিক -সাংস্কৃতিক অনুষ্ঠান সমলয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাৰ অংশ হিচাপে আয়োজন কৰা নাট্য সন্ধিয়াৰ প্ৰথমখন নাট হিচাপে এই শিশু নাটখন মঞ্চস্থ কৰা হয়। নাট্যকাৰ, পৰিচালক এডিচন দেউৰীৰ "বানে ধোৱা গাঁও" শিশু নাট মঞ্চস্থ কৰে সমলয় গোষ্ঠীৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US Presidential Election: ‘ट्रंप आसानी से नहीं होने देंगे सत्ता हस्तांतरण’, जो बाइडन को सता रहा डर; बोले- होगा खून-खराबा
वाशिंगटन। अमेरिका के राष्ट्रपति जो बाइडन ने आशंका जताई है कि अगर डोनाल्ड ट्रंप...
PM Modi On Naveen Patnaik: नवीन बाबू के सभी शुभचिंतक चिंता में हैं - PM Modi | Lok Sabha Elections
PM Modi On Naveen Patnaik: नवीन बाबू के सभी शुभचिंतक चिंता में हैं - PM Modi | Lok Sabha Elections
ડીસાના ઇન્દિરા નગર વિસ્તારમાં છેલ્લા ઘણા સમયથી સ્થાનિક લોકોની માંગણીને ધ્યાનમાં લઈ શુભારંભ કરવામાં
ડીસાના ઇન્દિરા નગર વિસ્તારમાં છેલ્લા ઘણા સમયથી સ્થાનિક લોકોની માંગણીને ધ્યાનમાં લઈ શુભારંભ કરવામાં