কাজিৰঙাত মন্ত্ৰী অতুল বৰা।কেইবাটাও বিষয়ক লৈ প্ৰতিক্ৰিয়া।সাংসদ আব্দুল খালেকৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য খালেকৰ মন মগজুত সোমাই থকা কথাবোৰেই মুখৰ পৰা ওলাইছে।উল্লেখ্যে যে সাংসদ খালেকে ভাৰত, বাংলাদেশ, পাকিস্তান একত্ৰিত হলে মুছলমান সকল লাভান্বিত হব বুলি এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল। ইপিনে সাংসদ অজিত কুমাৰ ভূঞাই অগপ দলক লৈ কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় কম দিনত দুটা দল খুলি অজিত ভূঞাই বিশ্ব ৰেকৰ্ড কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भद्ररवी पूनम महामेला मां अम्बा के धाम पहुंचा लाल डंडा संघ
भद्ररवी पूनम महामेला मां अम्बा के धाम पहुंचा लाल डंडा संघ
સુરત શહેર થી ગૃહમંત્રીની મોટી જાહેરાત, 27 ઓક્ટોબર સુધી ટ્રાફિક પોલીસ દંડ નહીં ઉઘરાવે
સુરત શહેર થી ગૃહમંત્રીની મોટી જાહેરાત, 27 ઓક્ટોબર સુધી ટ્રાફિક પોલીસ દંડ નહીં ઉઘરાવે
CAA पर जनता को गुमराह करना बंद करें इंडी एलायंस के नेता : चुग
भारतीय जनता पार्टी के राष्ट्रीय महासचिव तरुण चुग ने CAA पर विपाक्षी नेताओं को की तथ्य विहीन...
એ.સી.બી. સફળ ટ્રેપ કેસ..
ફરીયાદી :-
એક જાગૃત નાગરીક.
આરોપી :-
અલ્પેશકુમાર ભોજાભાઈ ખેર, ...