বিহালীত যুৱ মৰ্চাৰ উদ্যোগত চাফাই অভিযান ::

বিশ্বনাথ ৭ এপ্ৰিল :

ভাৰতীয় জাতীয় জনতা যুৱ মৰ্চা বিহালী মণ্ডলৰ উদ্যোগত আজি বুৰৈ নদীৰ পাৰত অবস্থিত গংগা মন্দিৰ প্ৰাংগণত

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতীয় জনতা যুৱ মৰ্চা বিহালী মণ্ডলৰ উদ্যোগত সামাজিক ন্যায় সপ্তাহৰ উপলক্ষে ঐতিহ্য বুৰৈ নদীৰ পাৰত থকা গংগা মন্দিৰত প্ৰাংগণত এক চাফাই অভিযান চলাই যুৱ মৰ্চাৰ সদস্য সকলে।