কাজিৰঙাত মন্ত্ৰী অতুল বৰা।কেইবাটাও বিষয়ক লৈ প্ৰতিক্ৰিয়া।সাংসদ আব্দুল খালেকৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য খালেকৰ মন মগজুত সোমাই থকা কথাবোৰেই মুখৰ পৰা ওলাইছে।উল্লেখ্যে যে সাংসদ খালেকে ভাৰত, বাংলাদেশ, পাকিস্তান একত্ৰিত হলে মুছলমান সকল লাভান্বিত হব বুলি এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল। ইপিনে সাংসদ অজিত কুমাৰ ভূঞাই অগপ দলক লৈ কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় কম দিনত দুটা দল খুলি অজিত ভূঞাই বিশ্ব ৰেকৰ্ড কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজি পৰ্যন্ত মাইনা নায়কৰ ক্ষতিপূৰণ আদায় নকৰাক লৈ মৰাণত ক্ষোভ প্ৰকাশ আছাৰ
ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তই চিটিচি মেচিনত আঘতপ্ৰাপ্ত মইনা নায়কক তিনি দিনৰ ভিতৰত ১৩ লাখ ৩৩...
Oppo Watch X की लॉन्च डेट से हटा पर्दा, इस दिन पेश होने जा रही है ओप्पो की नई वॉच
Oppo अपने ग्राहकों के लिए Oppo Watch X लॉन्च करने जा रहा है। मालूम हो कि इस वॉच को कंपनी ग्लोबली...
પેસેન્જર ટ્રેન કેટરિંગ સેવાઓમાં રેલ્વેએ IRCTCને મોટી ભૂમિકા સોંપી છે.
રેલ્વે મંત્રાલયે IRCTCને ટ્રેનોમાં મેનુ નક્કી કરવાની સત્તા સોંપી છે,
મુસાફરો પાસે પ્રાદેશિક...
अवैध दारू विक्री करणाऱ्या दोघांच्या पोलिसांनी आवळल्या मुस्क्या@india report
अवैध दारू विक्री करणाऱ्या दोघांच्या पोलिसांनी आवळल्या मुस्क्या@india report