নাৰায়ণপুৰৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মেধাবী শিক্ষাৰ্থী উপাসনা বৰুৱাৰ এক চমকপদ উদ্ভাৱন আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। Exposition of women Innovation and its outreach for Sustainability ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দেশৰ নিৰ্বাচিত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উপাসনাই ৷ ছাত্ৰীগৰাকীয়ে এইবাৰ কেচা কল বিশেষকৈ, জাহাজী, বৰ জাহাজী, ছেনিচম্পা, পুৰাকল আৰু ভীম কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে আটাগুৰিৰ বিকল্প প্ৰস্তুত কৰি উলিয়াইছে। এই প্ৰকল্প প্ৰস্তুতিত মেণ্টৰ হিচাপে সহায় কৰিছে ছাত্ৰী গৰাকীৰ শিক্ষক যজ্ঞোৰাম বৰাই।ছাত্ৰী গৰাকীৰ এই সাফল্যত কৃষি মন্ত্ৰী অতুল বৰা, জিলা উপায়ুক্ত সুমিত সাত্তৱানে অভিন্দন জ্ঞাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિલ્હીના નાયબ મુખ્યમંત્રી સિસોદિયાની મુશ્કેલીઓ વધશે! CBIએ 3 આરોપીઓના નિવેદન નોંધ્યા, નવા સમન્સ જારી કરવામાં આવશે
દિલ્હી એક્સાઇઝ પોલિસીના અમલ દરમિયાન ભ્રષ્ટાચારના કથિત મામલામાં દિલ્હીના નાયબ મુખ્યમંત્રી મનીષ...
Kashmir पर Pakistan के झूठे दावे, जिन्ना किस बात का बदला लेना चाहते थे? | Tarikh E581
Kashmir पर Pakistan के झूठे दावे, जिन्ना किस बात का बदला लेना चाहते थे? | Tarikh E581
स्नेक्केचार गोविंद शर्मा खतरनाक अजगर का रेक्सक्यू करते हुए घायल, अजगर के हमले से हुए लहूलुहान
खतरनाक अजगर के हमला में स्नेककेचर गोविंद शर्मा घायल, खून से हुए लथपथ
रोकपाइथन प्रजाति के 12 फिट...