নাৰায়ণপুৰৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মেধাবী শিক্ষাৰ্থী উপাসনা বৰুৱাৰ এক চমকপদ উদ্ভাৱন আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। Exposition of women Innovation and its outreach for Sustainability ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দেশৰ নিৰ্বাচিত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উপাসনাই ৷ ছাত্ৰীগৰাকীয়ে এইবাৰ কেচা কল বিশেষকৈ, জাহাজী, বৰ জাহাজী, ছেনিচম্পা, পুৰাকল আৰু ভীম কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে আটাগুৰিৰ বিকল্প প্ৰস্তুত কৰি উলিয়াইছে। এই প্ৰকল্প প্ৰস্তুতিত মেণ্টৰ হিচাপে সহায় কৰিছে ছাত্ৰী গৰাকীৰ শিক্ষক যজ্ঞোৰাম বৰাই।ছাত্ৰী গৰাকীৰ এই সাফল্যত কৃষি মন্ত্ৰী অতুল বৰা, জিলা উপায়ুক্ত সুমিত সাত্তৱানে অভিন্দন জ্ঞাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उप निवडणूक आयुक्तांकडून निवडणूक कामकाजाचा आढावा
भारत निवडणूक आयोगाचे उप निवडणूक आयुक्त नितेश व्यास यांनी आज पुणे विभागातील पुणे,सांगली, सातारा,...
ઉપલેટા: રોગચાળાને લઇ સરકારી હોસ્પિટલમાં દર્દીઓનો ઘસરો જોવા મળ્યો
ઉપલેટા: રોગચાળાને લઇ સરકારી હોસ્પિટલમાં દર્દીઓનો ઘસરો જોવા મળ્યો
पंचशिल नगर वाशिम या गुंडगिरीला जबाबदार कोण वाशिम पोलीस प्रशासन झोपले का असा सवाल महिलेने केला
पंचशिल नगर वाशिम या गुंडगिरीला जबाबदार कोण वाशिम पोलीस प्रशासन झोपले का ?
असा सवाल महिलेने केला.
बहन कपड़े तो पहन.., उर्फी जावेद पर भड़के कॉमेडियन सुनील पाल, कहा- न्यूज में रहने के लिए होती हैं...
सोशल मीडिया सेंसेशन उर्फी जावेद एक बार फिर से चर्चा में हैं।लेकिन इस बार वह अपने कपड़ों और बयानों...
দীৰ্ঘদিন ধৰি নিৰুদ্দেশ এজন ব্যক্তি, পিতৃক বিছাৰি পুত্ৰ কন্যাই বছৰ বছৰ ধৰি টুকিছে চাকুলো
দীৰ্ঘদিন ধৰি নিৰুদ্দেশ এজন ব্যক্তি , পিতৃক বিছাৰি পুত্ৰ কন্যাই বছৰ বছৰ ধৰি টুকিছে চাকুলো