'ধুমুহা আহে আৰু যায়'-য়েছে দৰজে ঠংছি

মৰাণত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসমীয়া ভাষাৰ সংকটৰ বিষয়ত এনেদৰে মন্তব্য কৰে। কয় যে অসময়া ভাষাৰ সংকট কেতিয়াও নাহে, ধুমুহা যেনেদৰে আহে তেনেদৰেই যায়।