চৰকাৰৰ বিৰুদ্ধে বিহপুৰীয়া-ধুনাগুৰি পথত দেউৰী জনগোষ্ঠীৰ প্ৰতিবাদ। ২৩ জুলাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ চাৰিটা সমষ্টি বৃদ্ধি কৰি কৰা হৈছিল ২২ টা। জনসংখ্যা অনুসৰি সৰ্ববৃহৎ দেউৰী সমষ্টি বাঁহগড়া আৰু বৰদেউৰী। দুয়োটা সমষ্টিক প্ৰতাৰণাৰ অভিযোগ সমষ্টিবাসীৰ। দুয়োটা সমষ্টি দ্বিখণ্ডিত কৰি অতিৰিক্ত সমষ্টিলৈ ৰূপান্তৰ কৰাৰ দাবীত ৰাজপথ অৱৰোধ দেউৰী জনগোষ্ঠীৰ। স্বতঃস্ফূৰ্ত ভাবে বাঁহগড়া ৰাজপথলৈ ওলাই আহি ৰাইজে বাঁহগড়া আৰু বৰদেউৰী সমষ্টি দুটাৰ পৰা আৰু দুই অতিৰিক্ত সমষ্টি ঘোষণাৰ দাবীত এই প্ৰতিবাদ। অতিৰিক্ত সমষ্টি ঘোষণা নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ।যদি সমষ্টি বৃদ্ধি নকৰে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોષણ માહ 2022 અંતર્ગત આજે કિશોરી મેળો યોજાયો
પોષણ માહ 2022 અંતર્ગત આજે કિશોરી મેળો યોજાયો
પેટલાદમાં ત્રણેય આરોપીને કોર્ટમાં રજુ કરાયા
પેટલાદ શહેર પોલીસે સાઈનાથ ચોકડી પાસેથી ઈકો ગાડીમાંથી ગૌમાંસનો જથ્થો ઝડપી પાડ્યો હતો. જેમાં ચાર...
Wrestlers Protest: जल्द खत्म होगा पहलवानों का आंदोलन? केंद सरकार ने उठाया ये कदम
नई दिल्ली, भारतीय कुश्ती संघ (WFI) के पूर्व अध्यक्ष बृजभूषण सिंह के खिलाफ आंदोलन कर रहे पहलवानों...
મુડેઠા ગામમાં વરસાદ વરસ્યો
બિપરજોય વાવાઝોડાના પગલે મુડેઠા ગ્રામીણ વિસ્તારમાં વરસાદ થતાં ખેડૂતો ચિંતિત....
બિપરજોય...
Breaking News: बहराइच में तीन दिनों बाद भेड़िया ने फिर किया हमला | Uttar Pradesh | Aaj Tak Hindi
Breaking News: बहराइच में तीन दिनों बाद भेड़िया ने फिर किया हमला | Uttar Pradesh | Aaj Tak Hindi