সমগ্ৰ ৰাজ্যৰ লগতে শোনিতপুৰৰ চাৰিদুৱাৰতো সুধাকণ্ঠক স্মৰন। সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম দিৱস উদযাপন কৰিছে সমগ্ৰ ৰাজ্যই। শোনিপুৰৰ চাৰিদুৱাৰ শাখা সাহিত্য সভাৰ উদ্যোগতো স্মৰন কৰা হৈছে বিশ্ববৰেন্য শিল্পীগৰাকীক। সাহিত্য সভাৰ পতাকা উত্তোলন কাৰ্য্যসূচীৰে শুভাৰাম্ভ কৰা কাৰ্য্যসূচীত সুধাকণ্ঠৰ স্থায়ী প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરાના સામરવાડા નજીક રામદેવરા દર્શને જતાં બાઇક સવારોને ગાડી ચાલકે ટક્કર મારતાં બે યુવકો ઘવાયા
ધાનેરાના સામરવાડા પાસે દારૂ ભરેલી ગાડીએ બાઈક ચાલકને ટક્કર મારતા અકસ્માત સર્જાયો હતો. બાઈક પર સવાર...
सेंसेक्स में 600 अंक की गिरावट:ये 83,700 पर कारोबार कर रहा, निफ्टी भी 200 अंक फिसला
शेयर बाजार में आज यानी 3 अक्टूबर को गिरावट देखने को मिल रही है। सेंसेक्स करीब 600 अंक की गिरावट...
સુત્રાપાડા તાલુકાના વર્ગ ૩ના કર્મચારીઓ તંત્રની સામે મેદાને, નેશનલ હાઇવે પર બાઇક રેલી યોજી વિરોધ વ્યક્ત કર્યો
જિલ્લાની અંદર વર્ગ ૩ ના કર્મચારીઓ તંત્રની સામે મેદાને નેશનલ હાઈવે પર બાઈક રેલી યોજીને વિરોધ...
গোগামুখ উপ বাছ আস্থান
অথলে গ'ল গোগামুখ বাছ আস্থান,মুকলিৰ সপ্তাহ দিনৰ পিছতো এখনো গাড়ী নৰখে বাছ আস্থানত
মাত্ৰ সপ্তাহ...
সোণাৰিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কৃষি বিভাগৰ পৰ্যালোচনা সভা
চৰাইদেউত কৃষি বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম-কাজৰ শেহতীয়া স্থিতি...