সুধাকণ্ঠৰ ওপজা দিনত ব্যতিক্ৰমীভাৱে শ্ৰদ্ধাঞ্জলী দুগৰাকী কণমানিৰ ৷ গোলাঘাটৰ ২ নং শেনছোৱাৰ দৰ্শনা গোস্বামী আৰু তেওঁৰ ভগ্নীয়ে ঘৰতে পালন কৰিলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিন ৷ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰিলে।