নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা(দেহাৰকুছি)ৰ অহা একৰ পৰা পাচ অক্টোবৰলৈ ব্যাপক কাৰ্য্যসূচীৰে আয়োজন কৰিছে৷এক অক্টোবৰ পূৱা মংগলাচৰণম্,পতাকা উত্তোলন,স্মৃতিতৰ্পণ,ভূমিদাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,নৱনিৰ্মীত সভাঘৰ উন্মোচন,পূনৰ নিৰ্মিত আলোচনা গৃহ উন্মোচন,সন্ধিয়া বন্তি প্ৰজ্বলন,বিল্ববোধনৰ বাবে শোভাযাত্ৰা,টোপধ্বনি প্ৰজ্বলন৷দুই অক্টোবৰ সপ্তমীপূজা,দুপৰীয়া আয়তীৰ নাম,আবেলি ওজাপালি,ভোগগ্ৰহণ,সন্ধিয়া আৰতি আৰু নাগাৰা নাম প্ৰদৰ্শন৷তিনি অক্টোবৰ মহাষ্টমী পূজা,আয়তীনাম,দুপৰীয়া ওজাপালি,ভোগগ্ৰহণ,আবেলি সন্ধিপূজা,নিশা আৰতি আৰু নাগাৰা নাম প্ৰদৰ্শন৷চাৰি অক্টোবৰ মহানৱমী পূজা,দুপৰীয়া কুমাৰী পূজা,ভোগ উচৰ্গা,মহাশান্তি,আবেলি ওজাপালি,নিশা আৰতি,সাংস্কৃতিক সন্ধিয়া৷পাচ অক্টোবৰ দশমী পূজা,অপৰাজিতা পূজা,বলয়ধাৰণ আৰু দেৱীৰ বিষৰ্জন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संविधान निर्माते डॉ. बाबासाहेब आंबेडकरांबाबत व्हॉट्सॲप ग्रूपवर अवमानकारक विधान; आंबेडकरी कार्यकर्ते आक्रमक
[ रत्नागिरी/ प्रतिनिधी ]
तालुक्यात भारतीय घटनेचे निर्माते महामानव भारतरत्न डॉ. बाबासाहेब...
Gaslight Twitter review: Sara Ali Khan called 'irritating', film termed 'boring and slow, not engaging at all'
Sara Ali Khan-starrer Gaslight, directed by Pavan Kirpalani, walks the same path that has been...
સુરતનાં સરથાણા પોલીસના પીઆઇની દાદાગીરીનો વિડીયો સામે આવ્યો ઈંડાની રેસ્ટોરન્ટમાં ગ્રાહકોને માર માર્યા
સુરતના સરથાણા પોલીસ સ્ટેશનના પીઆઇ ની દાદાગીરી નો વિડીયો સામે આવ્યો ઈંડાની રેસ્ટોરન્ટ પર જઈ...