নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা(দেহাৰকুছি)ৰ অহা একৰ পৰা পাচ অক্টোবৰলৈ ব্যাপক কাৰ্য্যসূচীৰে আয়োজন কৰিছে৷এক অক্টোবৰ পূৱা মংগলাচৰণম্,পতাকা উত্তোলন,স্মৃতিতৰ্পণ,ভূমিদাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,নৱনিৰ্মীত সভাঘৰ উন্মোচন,পূনৰ নিৰ্মিত আলোচনা গৃহ উন্মোচন,সন্ধিয়া বন্তি প্ৰজ্বলন,বিল্ববোধনৰ বাবে শোভাযাত্ৰা,টোপধ্বনি প্ৰজ্বলন৷দুই অক্টোবৰ সপ্তমীপূজা,দুপৰীয়া আয়তীৰ নাম,আবেলি ওজাপালি,ভোগগ্ৰহণ,সন্ধিয়া আৰতি আৰু নাগাৰা নাম প্ৰদৰ্শন৷তিনি অক্টোবৰ মহাষ্টমী পূজা,আয়তীনাম,দুপৰীয়া ওজাপালি,ভোগগ্ৰহণ,আবেলি সন্ধিপূজা,নিশা আৰতি আৰু নাগাৰা নাম প্ৰদৰ্শন৷চাৰি অক্টোবৰ মহানৱমী পূজা,দুপৰীয়া কুমাৰী পূজা,ভোগ উচৰ্গা,মহাশান্তি,আবেলি ওজাপালি,নিশা আৰতি,সাংস্কৃতিক সন্ধিয়া৷পাচ অক্টোবৰ দশমী পূজা,অপৰাজিতা পূজা,বলয়ধাৰণ আৰু দেৱীৰ বিষৰ্জন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BHAVNAGAR: સરકારી અનાજના ગોડાઉનમાં ખાદ્ય તેલની ચોરીની ઘટના
BHAVNAGAR: સરકારી અનાજના ગોડાઉનમાં ખાદ્ય તેલની ચોરીની ઘટના
चांदवड शहरातील गणोर चौफुली वरून दुचाकीची चोरी
चांदवड शहरातील चांदवड मनमाड रोड वरून गणुर चौफुली येथून दुचाकी चोरीला गेली यासंदर्भात सोमवार...
হোজাইত দুখীয়া লোকৰ মাজত আজমলৰ ১০০ খন ই-ৰিক্সা বিতৰন
এশটা দৰিদ্ৰ পৰিয়ালক জীৱিকা নিৰ্বাহৰ পথ দিলে আজমল পৰিয়ালে
শ শ পৰিয়ালৰ লোকৰ মুখত হাঁহি...
रेल्वे कालोनी थाना पुलिस ने 12 जून को रिद्धी सिद्धी नगर रंगपुर रोङ भदाना में लोको पायलट के घर से अज्ञात मुल्जिमानो द्वारा दिनदहाडे लाखो रुपये के जेवरात चोरी करने की वारदात का खुलासा
कोटा 05 जुलाई। रेल्वे कालोनी थाना पुलिस ने 12 जून को रिद्धी सिद्धी नगर रंगपुर रोङ...