শ্বহীদ ভৱনৰ তলা ভঙা কাৰ্যক আছুৰ গৰিহণা। ছিপাঝাৰৰ শ্বহীদ ভৱনৰ তলা ভঙা BJP কৰ্মীৰ বিৰুদ্ধে মঙ্গলদৈ থানাত আছুৰ এজাহাৰ দাখিল। সোমবাৰে ছিপাঝাৰত বিজেপিৰ জিলা সম্পাদক ৰিপুঞ্জয় শইকীয়াৰ নেতৃত্বত এটি দলে বিজেপিৰ সভা পতাৰ উদ্দেশ্যেৰে আছুৰ কাৰ্যালয়ত তলা ভাঙি অনাধিকাৰ প্ৰবেশ কৰে। এই কাৰ্যৰ বাবে দৰং জিলা আছু কৰ্মী জাঙুৰ খাই উঠাৰ লগতে ৰিপুঞ্জয় শইকীয়াৰ বিৰুদ্ধে মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰি দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રવીણ માળીની ઉપસ્થિતીમા ડીસાથી ભડથ-ડાવસ જતાં રોડની કામગીરી શરૂ અમારા દ્વારા પ્રસિધ્ધ અહેવાલની અસર,!
બનાસકાંઠા જીલ્લાની આર્થીક નગરી ડીસા પંથકમાં લોકોને પડતી રસ્તાની સમસ્યાના નિવારણ માટે અમારા દ્વારા...
Delhi Flood Alert: Yamuna के पानी में जलमग्न हुई दिल्ली, बाढ़ पर CM Kejriwal ने बुलाई कैबिनेट बैठक
Delhi Flood Alert: Yamuna के पानी में जलमग्न हुई दिल्ली, बाढ़ पर CM Kejriwal ने बुलाई कैबिनेट बैठक
પાલીતાણા ભીલવાસ વિસ્તારમાં બનેલ મારામારીમાં મહિલાનું સારવાર દરમિયાન મોત
પાલીતાણા ભીલવાસ વિસ્તારમાં બનેલ મારામારીમાં મહિલાનું સારવાર દરમિયાન મોત
प्रदेश में एक सितम्बर से 25 अक्टूबर तक चलाया जाएगा सड़क मेंटीनेंस कैंपेन- उपमुख्यमंत्री, दिया कुमारी
प्रदेश में बरसात से ख़राब हुई सड़कों को ठीक करने के लिए सार्वजनिक निर्माण विभाग द्वारा 1 सितम्बर...