শ্বহীদ ভৱনৰ তলা ভঙা কাৰ্যক আছুৰ গৰিহণা। ছিপাঝাৰৰ শ্বহীদ ভৱনৰ তলা ভঙা BJP কৰ্মীৰ বিৰুদ্ধে মঙ্গলদৈ থানাত আছুৰ এজাহাৰ দাখিল। সোমবাৰে ছিপাঝাৰত বিজেপিৰ জিলা সম্পাদক ৰিপুঞ্জয় শইকীয়াৰ নেতৃত্বত এটি দলে বিজেপিৰ সভা পতাৰ উদ্দেশ্যেৰে আছুৰ কাৰ্যালয়ত তলা ভাঙি অনাধিকাৰ প্ৰবেশ কৰে। এই কাৰ্যৰ বাবে দৰং জিলা আছু কৰ্মী জাঙুৰ খাই উঠাৰ লগতে ৰিপুঞ্জয় শইকীয়াৰ বিৰুদ্ধে মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰি দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাৰিদুৱাৰত সমষ্টি পুণ:নিৰ্ধাৰনৰ বিৰোধীতাৰে জোৰ সমদল এৱছুৰ শোণিতপুৰ জিলা উদ্যোগত উলিওৱা হয় সমদল।
চাৰিদুৱাৰত সমষ্টি পুণ:নিৰ্ধাৰনৰ বিৰোধীতাৰে জোৰ সমদল এৱছুৰ শোণিতপুৰ জিলা উদ্যোগত উলিওৱা হয় সমদল।
સિદ્ધપુરમાં દિવાસાના દિવસે દેવીપુજક સમાજ દ્વારા મૃતક સ્વજનોને સામૂહિક શ્રદ્ધાંજલિ પાઠવી
સિદ્ધપુરમાં દિવાસાના દિવસે દેવીપુજક સમાજ દ્વારા મૃતક સ્વજનોને સામૂહિક શ્રદ્ધાંજલિ પાઠવી
সোনাৰীৰ পদ্ম কুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ তাণ্ডৱ।
চৰাই দেউ জিলাৰ সদৰ সোনাৰীৰ ধোদৰ আলিৰ কাষতে থকা পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ চোৰে...
TVS Raider 125 Vs Hero Xtreme 125: इंजन, फीचर और कीमत के मामले में किसे खरीदें?
भारतीय बाजार में 125 सीसी की बाइक्स की काफी मांग रहती है। इस सेगमेंट में हाल में ही TVS ने...