ৰাইজৰ অসচেতনতাৰ বাবেই জাবৰে কদৰ্যময় কৰি তুলিছে ডিব্ৰুগড় জিলা খোৱাঙৰ পুৰণা বাছ আস্থান । দ'ম দ'ম জাবৰে ভৰি পৰিছে বাছ আস্থানটোৰ চৌহদ । বৰ্তমান অব্যৱহৃত হৈ থকা বাছ আস্থানটোত এতিয়া কেৱল জাবৰ আৰু জাবৰ । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি খোৱাং টাউনৰ একাংশ অসচেতন লোকে দৈনিক এই ঠাইডোখৰত জাবৰ সমূহ পেলাই । যাৰ ফলৰ জাবৰৰ দুগন্ধত কাষেৰে পাৰ হৈ যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে । জাবৰ নিষ্কাষণৰ বাবে খোৱাং ব্যৱসায়ী সন্থালৈ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পৰা এখন বাহন প্ৰদান কৰিছিল যদি এই বাহনখন বৰ্তমান ফুলদানি সদৃশ সজাই থোৱা হৈছে । ঠাইডোখৰ চৰকাৰী ভূমি হোৱাৰ বাবে লোক সকলে কোনো ভ্ৰূক্ষেপ নকৰি দায়িত্ব জ্ঞানহীন ভাৱে যিয়ে যেনেকে পাৰে জাবৰ সমূহ পেলাবলৈ ধৰিছে । মনকৰিবলগীয়া যে এই ঠাইডোখৰতে খোৱাঙৰ এখন দুৰ্গাপূজাও অনুষ্ঠিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ: છોકરીઓને લાવી વેશ્યાવૃત્તિમાં ધકેલવાનો પ્રયાસ, નિકોલ પોલીસે બચાવી!
અમદાવાદ: છોકરીઓને લાવી વેશ્યાવૃત્તિમાં ધકેલવાનો પ્રયાસ, નિકોલ પોલીસે બચાવી!
मैं राहुल गांधी को हरा सकती थी इसलिए अमेठी भेजा गया, महिला होने की वजह से नहीं: स्मृति ईरानी
नई दिल्ली, केंद्रीय मंत्री स्मृति ईरानी ने सोमवार को कहा कि उन्हें अमेठी में राहुल गांधी के...
4 September 2022 | Aaj Ka Rashifal |Today Astrology |Today Rashifal in Hindi | Latest |Live #dblive
4 September 2022 | Aaj Ka Rashifal |Today Astrology |Today Rashifal in Hindi | Latest |Live #dblive
बोगस फेरफार विरोधात शेतकऱ्याचा उपोषणाचा ईशारा तलाठी मंडळअधिकाऱ्यांनी संगनमत बोगस फेरफार केल्याचाआरोप
जनता न्यूज चॅनल साठी प्रतिनिधी माबुद खान
बोगस फेरफार विरोधात शेतकऱ्याचा उपोषणाचा ईशारा...