বাক্সা: বাক্সা জিলাৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ, গাঞ্জাকে আদি কৰি প্ৰায় ১ কোটি ৮৩ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিকভাৱে দাহন কৰে ৷ জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দিৰিং নৈৰ দাঁতিত আৰক্ষীয়ে এই দাহন কাৰ্য ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীত জিলা নিৰ্বাচনী বিষয়া মানৱেন্দ্ৰ ভৰালী, উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাৰ উপস্থিতিত আৰক্ষীয়ে ২৪৭ কিলোগ্ৰাম গাঞ্জা, ৬.৬০ গ্ৰাম ব্ৰাউন চুগাৰ, ১০১.১৮ গ্ৰাম হিৰ'ইন, ৭৪৮৮ টা নিচাযুক্ত কেপচুল আৰু ১৪৩ টা টেবলেট দাহন কৰে ৷ দাহন কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি ৮৩ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: पाइप से निकाले गए ऑगर मशीन के ब्लेड | Aaj Tak Latest Hindi News
Breaking News: पाइप से निकाले गए ऑगर मशीन के ब्लेड | Aaj Tak Latest Hindi News
Botad|| હરણકુઇ વિસ્તારમાં 51 દીકરીઓના સર્વે જ્ઞાતિ સમૂહ લગ્નનું ભવ્ય આયોજન કરાયું #news #botadnews
Botad|| હરણકુઇ વિસ્તારમાં 51 દીકરીઓના સર્વે જ્ઞાતિ સમૂહ લગ્નનું ભવ્ય આયોજન કરાયું #news #botadnews
Onion Export Ban News | एक्सपोर्ट को लेकर क्या है सरकार का नजरिया? Traders नहीं करना चाहते हैं Buy?
Onion Export Ban News | एक्सपोर्ट को लेकर क्या है सरकार का नजरिया? Traders नहीं करना चाहते हैं Buy?