বাক্সা: বাক্সা জিলাৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ, গাঞ্জাকে আদি কৰি প্ৰায় ১ কোটি ৮৩ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিকভাৱে দাহন কৰে ৷ জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দিৰিং নৈৰ দাঁতিত আৰক্ষীয়ে এই দাহন কাৰ্য ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীত জিলা নিৰ্বাচনী বিষয়া মানৱেন্দ্ৰ ভৰালী, উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাৰ উপস্থিতিত আৰক্ষীয়ে ২৪৭ কিলোগ্ৰাম গাঞ্জা, ৬.৬০ গ্ৰাম ব্ৰাউন চুগাৰ, ১০১.১৮ গ্ৰাম হিৰ'ইন, ৭৪৮৮ টা নিচাযুক্ত কেপচুল আৰু ১৪৩ টা টেবলেট দাহন কৰে ৷ দাহন কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি ৮৩ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
थाना सलेहा पुलिस के द्वारा अवैध शराब विक्रय करने वाले एक व्यक्ति के विरूद्ध की कार्यवाही
पुलिस अधीक्षक पन्ना धर्मराज मीना द्वारा चलाये जा रहे अभियान के तहत अति.पु.अ. महोदय निर्देशन में...
જખૌ હેરોઈન સીઝર કેસમાં દિલ્હી ખાતેથી 56 કરોડના 8 કિલોહેરોઈનના જથ્થા સાથે અફઘાની ને પકડી પાડતી A.T.S
જખૌ હેરોઈન સીઝર કેસમાં દિલ્હી ખાતેથી 56 કરોડના 8 કિલોહેરોઈનના જથ્થા સાથે અફઘાની ને પકડી પાડતી A.T.S
ડીસા તાલુકા સહકારી ખરીદ-વેચાણ સંઘ લી. ચૂંટણી માટે મતદાન યાદી પ્રસિદ્ધ કરાઇ
ડીસા તાલુકા સહકારી ખરીદ વેચાણ સંઘ લી.ની ચૂંટણીને લઈને ચૂંટણી અધિકારી દ્વારા મતદાર યાદી પ્રસિદ્ધ...
ભાવનગર મનપા કમિશનરે ઓક્સિજન પ્લાન્ટની મુલાકાત લીધી | SatyaNirbhay News Channel
ભાવનગર મનપા કમિશનરે ઓક્સિજન પ્લાન્ટની મુલાકાત લીધી | SatyaNirbhay News Channel