ভ্ৰাম্যমাণ থিয়েটাৰ অসম ৰাইজৰ আপোন অনুষ্ঠান৷ইয়াক ৰাইজে যথেষ্ট মৰমৰ চকুৰে চাই৷ৰাইজে ভ্ৰাম্যমাণক যিমান মৰম কৰে,চৰকাৰেও সেই ধৰনে মৰম কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ ইণ্ডাষ্ট্ৰীটোক৷কালি থিয়েটাৰ ভাগ্যদেবীৰ মঞ্চ উদ্বোধন কৰি বিশিষ্ট শিল্পী তথা অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে এইদৰে কয়৷তেওঁ কয় যে বিগত দুটা বছৰৰ কভিদ’কালিন পৰিস্থিতিৰ বাবে ভ্ৰাম্যমাণৰ কিছু জতিলতা আহিছিল যদিও বৰ্তমান সেই জতিলতা আতৰিছে৷বৰ্তমান ৰাইজে হিলদলভাঙি থিয়েটাৰ চোৱা দেখিবলৈ পোৱা গৈছে৷ই ভ্ৰাম্যমাণৰ বাবে শুভ লক্ষণ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Biparjoy Cyclone: गर्भवती महिला को बचाया गया और... | ABP LIVE
Biparjoy Cyclone: गर्भवती महिला को बचाया गया और... | ABP LIVE
চিচিবৰগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্নঃ
চিচিবৰগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্নঃ চিলাপথাৰৰ চিচিবৰগাঁও মহাবিদ্যালয়ত আজি ৩০ সংখ্যক...
শিৱসাগৰৰ মেটেকাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ নৃত্যাংশৰ শুভাৰম্ভণি
শিৱসাগৰঃ --শিৱসাগৰৰ মেটেকা মাজগাঁৱত দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বৃহত্তৰ...
ડીસા તાલુકા સહકારી ખરીદ-વેચાણ સંઘની ચૂંટણીમાં 40 ફોર્મ રદ : 10 ફોર્મ માન્ય રહેતાં ચૂંટણી બિનહરીફ
ડીસા તાલુકા સંઘની ચૂંટણીમાં ડિરેક્ટરો માટે 50 ફોર્મ ભરાયા હતા. જેમાં 40 ફોર્મ રદ થતાં 11...