আজি তামুলপুৰ জিলাৰ নাগ্ৰিজুলিৰ কুম্ভীঝাৰ গাঁওত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। তথ্য অনুসৰি, বৈদ্যুতিক স্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ড ফলত গাঁওখনৰ নগেন মণ্ডল নামৰ লোকজনৰ ৰান্ধনী ঘৰ আৰু গোহালি ঘৰ দুটা জুইত ভস্মীভূত হোৱাৰ লগতে এটা গো ধনৰ মৃত্যু হয়। আঘাতপ্ৰাপ্ত অৱস্থাত আন দুটাকৈ গো ধন উদ্বাৰ কৰা হয় যদিও দুয়োটা ঘৰৰ সকলো সামগ্ৰী জুইত জাহ যায়। অতি দৰিদ্র্য পৰিয়ালটিৰ বাসগৃহত সংঘটিত উক্ত ঘটনাত প্ৰায় ১ লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হয়।পুৱাই ঘটনাৰ খবৰ পাই তামুলপুৰ বিদ্যুৎ বিভাগৰ লগতে অন্যান্য বিষয়া সকল আহি ঘটনাৰ বুজ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Airtel ने लॉन्च किया नया डेटा प्लान, 26 रुपये में मिलेगा 1.5GB हाई स्पीड इंटरनेट
Airtel ने अपने ग्राहकों के लिए नया डेटा प्लान लॉन्च किया है। टेलीकॉम कंपनी एयरटेल के लेटेस्ट 26...
ભોજપુરા માં દીપડા નો હુમલો દિપડાને વનવિભાગે પાંજરે પુર્યો | dipdo |ghoghmba #estvnews #news #forest
ભોજપુરા માં દીપડા નો હુમલો દિપડાને વનવિભાગે પાંજરે પુર્યો | dipdo |ghoghmba #estvnews #news #forest
Share Marke News | Record ऊंचे स्तर पर Nifty और Sensex | Record High For Markets
Share Marke News | Record ऊंचे स्तर पर Nifty और Sensex | Record High For Markets