অৰুণাচলী লোকে দখল কৰা অসমৰ মাটি অৰুণাচল প্ৰদেশক এৰি দিয়াৰ পক্ষপাতী নহয় সাংসদ তপন কুমাৰ গগৈ। ১৯৬২ চনৰ চাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপ অনুসৰি নিৰ্ধাৰণ কৰা টিয়ক নদীকেই অসম-অৰুণাচল প্ৰদেশৰ সীমা হিচাপে মানি লবলৈ আহ্বান সকলোকে। টীয়ক নৈৰ সীমা পাৰ হৈ অসমৰ ন কিলোমিটাৰ ভিতৰলৈকে বেদখল কৰি অৰুণাচলীয়ে গাঁও স্থাপন কৰিছে যদিও চৰাইপুঙৰ বিবদমান এলেকা অৰুণাচল প্ৰদেশৰ বুলি দাবী কৰা কাৰ্যত বিৰুধিতা সাংসদ গৰাকীৰ। অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ প্ৰথম লানি বৈঠক অনুষ্ঠিত হোৱাৰ পাছত আজি পুনৰ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ উপস্থিতিত চৰাইপুঙ অঞ্চলত চৰাইদেউ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে ৰাজহুৱা সভা। সীমা বিবাদ সন্দৰ্ভত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पंजाब पर वित्तीय बोझ डाल रहे भगवंत मान : चुग
भारतीय जनता पार्टी के राष्ट्रीय महामंत्री तरुण चुग ने पंजाब में आम आदमी पार्टी की सरकार और...
गाँव से सटी नहर में शव मिलने से मचा कोहराम
जनपद आजमगढ़ में,गांव से सटी नहर में,शव मिलने से मचा कोहराम।मालूम होकि जनपद आजमगढ़ के थाना अहरौला...
Bank Of India Q2 Results Impact | अच्छे नतीजों के बाद आगे की Growth Outlook पर CEO संग चर्चा
Bank Of India Q2 Results Impact | अच्छे नतीजों के बाद आगे की Growth Outlook पर CEO संग चर्चा