২০২১ ৰ ৮ ছেপ্তেম্বৰত নিমাতীৰ পৰা মাজুলীলৈ অহিবলৈ লোৱা 'মা কমলা ' ফেৰি দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তিনিজনকৈ প্ৰতিভাৱান ক্ৰমে পৰিনিতা দাস , বিক্ৰম জিৎ বৰা আৰু ইন্দ্ৰজিত বৰাই অকাল মৃত্যুক সাৱতি লৈছিল ৷ আজি মাজুলী দিৱসৰ দিন টোত খুনাচুকৰ শ্ৰী শ্ৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰত এই তিনিজনকৈ প্ৰতিভাৱানক শ্ৰদ্ধাঞ্জলি জনাই সাংসদ প্ৰদান বৰুৱা , মাজুলীৰ বিধায়ক ভুৱন গাম আৰু উপায়ুক্ত পুলক মহন্তই ৷
২০২১ ৰ ৮ ছেপ্টেম্বৰৰ নাঁও দুৰ্ঘটনাত অকাল মৃত্যুক সাৱতা প্ৰতিভাৱানক শ্ৰদ্ধাঞ্জলি সাংসদ প্ৰদান বৰুৱাৰ

