বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অধীনস্থ কলবাৰী বড়িতোলা চকত আজি নিশা ৭-৩০ মান বজাত এখন নলীনাদৰ পাইপ বৰিং কৰা ট্ৰেক্টৰে গিয়াচুদ্দিন আহমেদ নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকক খুন্দিৱাৰ ফলত আহত হয়৷জানিব পৰামতে ট্ৰেক্টৰ খনে কৰ্মস্থলীৰ পৰা গৰাকীৰ মুকালমুৱা আদাবাৰীৰ ঘৰলৈ যায় থাকোতে দুৰ্ঘটনাটো সংঘটিত হয়৷ঘটনা সংঘটিত কৰিয়ে চালক জনে ৰাইজৰ চকুত ধুলি দি ঘটনা স্থলীৰ পৰা পলায়ন কৰে৷ইতিমধ্যে আহত শিক্ষক গৰাকীক ১০৮ এম্বুলেন্স যোগে নলবাৰী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন কৰাই৷অবেশ্যই স্থানীয় সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকে বিপদ মুক্ত বুলি জানিব দিয়ে৷উল্লেখ্য যে কোটালকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক আহমেদে প্ৰতিদিনে সান্ধ্য ভ্ৰমণত যায়৷আজিও সান্ধ্য ভ্ৰমণৰ পৰা উভতাৰ সময়ত ঘটনাটো সংঘটিত হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આરોગ્ય અને માતૃબાળ કલ્યાણ ની સેવાઓ ની જાણકારી અપાઇ
*પોશીનાના અંતરિયાળ વિસ્તારમાં આરોગ્ય અને માતૃબાળ કલ્યાણની સેવાઓની જાણકારી અપાઇ
સ્ટેટ હેલ્થ સિસ્ટમ...
भरत जाधव यांच्या सही रे सही नाटकाला वीस वर्षे पूर्ण
मराठी रंगभूमीवरील एक अजरामर नाटक पुन्हा सही रे सही
हे 15 ऑगस्ट 2002 ला रंगमंचावर आले या नाटकाचे...
Gold-Silver Trading In 2024 | क्या कहता है Technical Chart? अगले साल कहां तक जाएगा दाम? | Commodity
Gold-Silver Trading In 2024 | क्या कहता है Technical Chart? अगले साल कहां तक जाएगा दाम? | Commodity
ભૂ માફિયાઓ દ્વારા ભ્રષ્ટ અધિકારીઓ સાથે મિલીભગત કરી નકલી પ્રોપર્ટી કાર્ડ પણ બનાવી લીધા અને મૂળ પ્રોપર્ટી કાર્ડમાં ફેરફાર કરી 400 ગુઠા ઉપરાંતની સરકારી પડતર જમીનનુ પણ બારોબાર વેચાણ કરી દેવામાં આવ્યું .
દાહોદમાં નકલી એન એ હુકમની તપાસમાં સરકારી પડતર જમીનમાં 150 થી વધુ દુકાનોનું બાંધકામ...