হোজাই চহৰক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্য আজি হোজাইত হোজাই পৌৰসভাই মুকলি কৰিছে নতুনকৈ ১০ খন ই ৰিক্সা।সেই উপলক্ষে আজি পুৱা পৌৰসভা চৌহদত এক মুকলি অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত দণ্ডাধীশ তথা চক্ৰ বিষয়া চন্দন বৰগোঁহাই পৌৰনেত্ৰী চতুৰ্থীৰানী বিশ্বাস উপস্থিত থাকি ফিটা কাটি ১০ খন ই ৰিক্সাৰ শুভ মুকলি কৰে।উক্ত ই ৰিক্সা কেইখনে হোজাই চহৰৰ প্ৰতিটো ৱাৰ্ডত গৈ জাৱৰ বুটলি আনিব বুলি পৌৰনেত্ৰীয়ে জানিবলৈ দিছে।ইফালে চক্ৰ বিষয়াই নতুন ই ৰিক্সা সুচাৰুৰুপে চলাই যদিও পৌৰনেত্ৰী গৰাকী ই ৰিক্সা চলাব গৈ দুৰ্ঘটনাত পতিত হোৱা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ओक्यूपेशन ओरिएंटेशन सेमीनार आयोजित
जेसीआई कोटा स्टार की ओर से जेसीआई सप्ताह के तहत् गुरुवार को राजकीय उच्च माध्यमिक विद्यालय संतोषी...
રોટલીયા હનુમાનદાદા મંદિરથી રામદેવજી મંદિર સુધી પગપાળા નેજાસંઘનું આયોજન કરવામાં આવ્યું
રોટલીયા હનુમાનદાદા મંદિરથી રામદેવજી મંદિર સુધી પગપાળા નેજાસંઘનું આયોજન કરવામાં આવ્યું
5 राज्यों की 15 विधानसभा,1 लोकसभा सीट पर उपचुनाव कल:भाजपा, कांग्रेस और सपा के पास 4-4 सीटें थीं, नांदेड़ लोकसभा कांग्रेस के पास थी
महाराष्ट्र विधानसभा की सभी 288 और झारखंड में दूसरे फेज की 38 सीटों के साथ ही 4 राज्यों की 15...