মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত ডিব্ৰুগড় আদিত্য নাৰ্চিংহোমে আজি মহাবিদ্যালয়খনত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে৷ আজু পুৱা ১০ বজাৰ পৰা মহাবিদ্যালয়খনৰ প্ৰাঙ্গনত আয়োজন কৰা চিকিৎসা শিবিৰৰ দ্বাৰ উদ্বোধন কৰে উজনি মাজুলী ৰাজহ চক্ৰ বিষয়া নৱজিত দাসে৷ মাজুলী জিলাৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা চিকিৎসা শিবিৰত মাজুলীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক লোকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ-পাতিও লাভ কৰে৷ ডিব্ৰুগড় আদিত্য নাৰ্চিংহোৰ অধীক্ষক কমল বৰাৰ তত্বাবধানত অনুষ্ঠিত চিকিৎসা শিবিৰত অভিজ্ঞ চিকিৎসক ড০ শৌনাক বসক (স্নায়ু), ড০ নিৰঞ্জন মুখাৰ্জী (মেডিচিন), ভুন্দাভিল্লি বিজয়া (মেডিচিন), ড০ বিশ্বজিৎ বৰা (মেডিচিন), শ্ৰীকান্ত চিকতিয়া (অস্থি আৰু ফিজিঅ’, ড০ অনুপম হাতিমুৰীয়াৰ লগতে চাৰি গৰাকী ফিজিঅ’থেৰাপিষ্ট, আঠ গৰাকী নাৰ্ছে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિલ્હીના કર્તવ્ય પથ પરથી રજૂ થયો ધોરડો
75-મા પ્રજાસત્તાક દિને નવી દિલ્હીના 'કર્તવ્ય પથ' પરથી રજુ થયો ''ધોરડો: ગુજરાતના સરહદી...
सांगोद की उजाड़ नदी में हुई पानी की आवक,बदबू से मिली राहत
कोटा. सांगोद नगर से होकर गुजरने वाली उजाड़ नदी में पानी की आवक हुई है। इससे नदी का कचरा और गंदा...
રાધનપુર ખાતે આવેલ રેડક્રોસ ભવન ખાતે યોજાઇ મીટીંગ | SatyaNirbhay News Channel
રાધનપુર ખાતે આવેલ રેડક્રોસ ભવન ખાતે યોજાઇ મીટીંગ | SatyaNirbhay News Channel
Galaxy Surfactants Q2 Results | पिछले 10 तिमाहियों की तुलना में कैसा है Volume? आगे क्या है संकेत?
Galaxy Surfactants Q2 Results | पिछले 10 तिमाहियों की तुलना में कैसा है Volume? आगे क्या है संकेत?