মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত ডিব্ৰুগড় আদিত্য নাৰ্চিংহোমে আজি মহাবিদ্যালয়খনত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে৷ আজু পুৱা ১০ বজাৰ পৰা মহাবিদ্যালয়খনৰ প্ৰাঙ্গনত আয়োজন কৰা চিকিৎসা শিবিৰৰ দ্বাৰ উদ্বোধন কৰে উজনি মাজুলী ৰাজহ চক্ৰ বিষয়া নৱজিত দাসে৷ মাজুলী জিলাৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা চিকিৎসা শিবিৰত মাজুলীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক লোকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ-পাতিও লাভ কৰে৷ ডিব্ৰুগড় আদিত্য নাৰ্চিংহোৰ অধীক্ষক কমল বৰাৰ তত্বাবধানত অনুষ্ঠিত চিকিৎসা শিবিৰত অভিজ্ঞ চিকিৎসক ড০ শৌনাক বসক (স্নায়ু), ড০ নিৰঞ্জন মুখাৰ্জী (মেডিচিন), ভুন্দাভিল্লি বিজয়া (মেডিচিন), ড০ বিশ্বজিৎ বৰা (মেডিচিন), শ্ৰীকান্ত চিকতিয়া (অস্থি আৰু ফিজিঅ’, ড০ অনুপম হাতিমুৰীয়াৰ লগতে চাৰি গৰাকী ফিজিঅ’থেৰাপিষ্ট, আঠ গৰাকী নাৰ্ছে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોટી જાહેરાત:ગુજરાતમાં 200 રૂપિયે લિટર મળતું સિંગતેલ રાજ્ય સરકાર માત્ર આટલા રૂપિયામાં જ આપશે, સાતમ-આઠમ અને રક્ષાબંધન સુધરશે
ભારત દેશમાં ગુજરાત રાજ્યના જરૂરિયાતમંદ 71 લાખ લોકોના તહેવાર સુધારવાનો રાજ્ય સરકારે નિર્ણય લીધો...
फरार वांछित अपराधियों के विरुद्ध बून्दी पुलिस की लगातार प्रभावी कार्यवाही 5 साल से फरार वारन्टी देवीलाल को किया गिरफ्तार
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा आई.पी.एस. द्वारा विशेष अभियान के तहत लम्बे समय से...
વડોદરામાં અરવિંદ કેજરીવાલ ની પ્રેસ કોન્ફરન્સ યોજાઈ શું? કહ્યું કેજરીવાલે જુવો 👉👇
વડોદરામાં અરવિંદ કેજરીવાલ ની પ્રેસ કોન્ફરન્સ યોજાઈ શું? કહ્યું કેજરીવાલે જુવો 👉👇