আজি তামুলপুৰ জিলাৰ নাগ্ৰিজুলিৰ কুম্ভীঝাৰ গাঁওত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। তথ্য অনুসৰি, বৈদ্যুতিক স্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ড ফলত গাঁওখনৰ নগেন মণ্ডল নামৰ লোকজনৰ ৰান্ধনী ঘৰ আৰু গোহালি ঘৰ দুটা জুইত ভস্মীভূত হোৱাৰ লগতে এটা গো ধনৰ মৃত্যু হয়। আঘাতপ্ৰাপ্ত অৱস্থাত আন দুটাকৈ গো ধন উদ্বাৰ কৰা হয় যদিও দুয়োটা ঘৰৰ সকলো সামগ্ৰী জুইত জাহ যায়। অতি দৰিদ্র্য পৰিয়ালটিৰ বাসগৃহত সংঘটিত উক্ত ঘটনাত প্ৰায় ১ লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হয়।পুৱাই ঘটনাৰ খবৰ পাই তামুলপুৰ বিদ্যুৎ বিভাগৰ লগতে অন্যান্য বিষয়া সকল আহি ঘটনাৰ বুজ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লক্ষীমপুৰত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বৰ্নিল কাৰ্য্যসূচী....
লক্ষীমপুৰত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বৰ্নিল কাৰ্য্যসূচী....
બનાસકાંઠા જિલ્લામાં આજે સવારથી વાતાવરણ માં ગાઢ ધુમ્મસ છવાયું..
બનાસકાંઠા જિલ્લામાં આજે સવારથી વાતાવરણ માં ગાઢ ધુમ્મસ છવાયું..
Breaking News : 7 जुलाई को शपथ लेंगे Hemant Soren | Jharkhand | JMM | Champai Soren| Ranchi
Breaking News : 7 जुलाई को शपथ लेंगे Hemant Soren | Jharkhand | JMM | Champai Soren| Ranchi
सत्तेच्या राजकारणात सत्ताधाऱ्याना शेतकऱ्यांचा विसर.
बी आर एस चे आण्णासाहेब माने यांचा आरोप.
शैलेंद्र खैरमोडे
छत्रपती संभाजीनगर :-
एकीकडे शेतकऱ्यांच्या शेतीमालाला भाव मिळत नसून...
अमेरिका की नाक में दम करने वाले जासूस की कहानी | Cuba| Victor Manuel Rocha | Duniyadari
अमेरिका की नाक में दम करने वाले जासूस की कहानी | Cuba| Victor Manuel Rocha | Duniyadari