গোলাঘাট সদৰ আৰক্ষীৰ থানাৰ সন্মুখত হঠাৎ জ্বলি উঠে এখন বগা ৰঙৰ ইণ্ডিগো বাহন। কি কাৰণত হঠাৎ বাহনখন জ্বলি উঠিল সেই সন্দৰ্ভত বৰ্তমান জানিব পৰা হোৱা নাই। ৰাজপথৰে গৈ থকা অৱস্থাতে বাহনখন জ্বলি উঠাত কথমপি ৰক্ষা পৰে বাহনখনৰ চালকসহ আন যাত্ৰী। বাহনখনৰ পৰা ধোৱা উলোৱাত অঞ্চলটোত ক্ষন্তেকসময়ৰ বাবে আতংকিত হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
JETPUR જામકંડોરણા તાલુકા પંચાયત કચેરી ખાતે દંગલ મચાવાયું 14-09-2022
JETPUR જામકંડોરણા તાલુકા પંચાયત કચેરી ખાતે દંગલ મચાવાયું 14-09-2022
हाई सिक्योरिटी नंबर प्लेट: छूट खत्म, अब किसी भी गाड़ी का कट सकता है चालान
राजस्थान में राज्य परिवहन विभाग की ओर से हाई सिक्योरिटी नंबर प्लेट को लेकर दी गई समय सीमा कल यानी...
ખેડા જીલ્લામાં તા.27થી 29 જૂન સુધી કન્યા કેળવણી અને શાળા પરવેશોત્સવ કાર્યક્ર્મ યોજાશે
ખેડા જિલ્લામા તા. 27 થી 29 જૂન સુધી કન્યા કેળવણી અને શાળા પ્રવેશોત્સવ કાર્યક્રમ યોજાશે
(અહેવાલ...
নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুকলৈ অশোভনীয় মন্তব্য কংগ্ৰেছ নেতাৰ: ৰাজ্যিক বিজেপিৰ প্ৰতিবাদ
নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক লৈ অশোভনীয় মন্তব্য
কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ...