গোলাঘাট সদৰ আৰক্ষীৰ থানাৰ সন্মুখত হঠাৎ জ্বলি উঠে এখন বগা ৰঙৰ ইণ্ডিগো বাহন। কি কাৰণত হঠাৎ বাহনখন জ্বলি উঠিল সেই সন্দৰ্ভত বৰ্তমান জানিব পৰা হোৱা নাই। ৰাজপথৰে গৈ থকা অৱস্থাতে বাহনখন জ্বলি উঠাত কথমপি ৰক্ষা পৰে বাহনখনৰ চালকসহ আন যাত্ৰী। বাহনখনৰ পৰা ধোৱা উলোৱাত অঞ্চলটোত ক্ষন্তেকসময়ৰ বাবে আতংকিত হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁও দিৱসলৈ শুভেচ্ছা জনাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কলে মৰিগাঁৱত কটাব সংগীতত এনিশা
মৰিগাঁও দিৱসলৈ শুভেচ্ছা জনাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কলে মৰিগাঁৱত কটাব সংগীতত এনিশা । মৰিগাঁও...
जरुरतमंद बच्चों को पाठ्यसामग्री निशुल्क चाहिए तो कमेंट में बताएं || थार सेवा संस्थान
जरुरतमंद बच्चों को पाठ्यसामग्री निशुल्क चाहिए तो कमेंट में बताएं || थार सेवा संस्थान
ખાંભા તાલુકાના જુના માલકનેશ ગામે પૌરાણિક માલકેશ્વર મહાદેવ ત્રિરંગો થી સુશોભન કરવામાં આવ્યું.
ખાંભા તાલુકાના જુના માલકનેશ ગામે પૌરાણિક માલકેશ્વર મહાદેવ ત્રિરંગો થી સુશોભન કરવામાં આવ્યું....
বালিপৰা চাৰিদুৱাৰত বানৰ ভয়ংকৰ ৰূপ( দৃশ্য-10 ) #baliparaflood #thevoiceofchariduar #SharePost #flood
বালিপৰা চাৰিদুৱাৰত বানৰ ভয়ংকৰ ৰূপ( দৃশ্য-10 ) #baliparaflood #thevoiceofchariduar #SharePost #flood
SuperFast News - આજના મહત્ત્વના સમાચાર - 4.30 PM - 09-11-2022@Sandesh News
SuperFast News - આજના મહત્ત્વના સમાચાર - 4.30 PM - 09-11-2022@Sandesh News