আজি ৮ছেপ্টেম্বৰ ।আজি এটা বছৰ সম্পূৰ্ণ কৰিলে নিমাটি ফেৰী দুৰ্ঘটনাই। ২০২১ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে যোৰহাটৰ নিমাতিঘাট ত সংঘটিত হৈছিল নাও দুৰ্ঘটনা। যত প্ৰাণ হেৰুৱাইছিল ৩ জন কৈ নাওখন থকা যাত্ৰীয়ে। যি ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। আজি দিনটোতে যোৰহাট নিমাটি ঘাটত দুৰ্ঘটনাত পতিত হৈছিল মা কমলা নামৰ ফেৰীখন। আজিও প্ৰত্যেকজন ব্যক্তিৰ চকুৰ সন্মুখত ভাঁহি আছে সেই অভিশপ্ত দিনটো। আজিৰ দিনটোত দুৰ্ঘটনাত প্ৰাণ যোৱা ব্যক্তি কেইজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰত্যেকজন লোকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सफर हुआ और आसान, चंद घंटों में पहुंच जाएंगे जयपुर से दिल्ली
अब महज तीन घंटे में जयपुर से दिल्ली तक का सफर तय होगा। दिल्ली-मुम्बई एक्सप्रेस हाईवे को जोड़ने...
ડીસામાં નગરપાલિકાએ પાંચ શોપિંગ સેન્ટરને નોટિસ ફટકારી
ડીસા શહેરમાં શોપિંગ માલિકોને જાણે કે તંત્રનો કોઇ જ ડર ન હોય તેમ કોઈ પણ જાતની મંજૂરી વગર અથવા તો...
J&K चुनाव- पहले चरण में 279 उम्मीदवारों का नामांकन:सबसे ज्यादा अनंतनाग-पुलवामा में कैंडिडेट
जम्मू-कश्मीर में 18 सितंबर को पहले चरण की वोटिंग होगी। 27 अगस्त को नामांकन पत्र दाखिल करने की...
ધાનેરા આપનું આશાબહેનો ને સમર્થન...!
ધાનેરા આપનું આશાબહેનો ને સમર્થન...!