বুধবাৰে তিনিচুকীয়াৰ হোটেল এৰমা’ত তিনিচুকীয়া পৌৰসভাৰ উপ পৌৰপতি নৱনীতা আগৰৱালাৰ নেতৃত্বত আন ১১ গৰাকী ৱাৰ্ড কমিচনাৰৰ উপস্থিতিত এখন সংবাদমেল সম্বোধন কৰে ৷ পৌৰসভাৰ চৰ্চিত বিষয়ৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি ৩ ছেপ্তেম্বৰত পৌৰসভাত পৌৰপতিক মন্ত্ৰী কিষানে অপদস্থ কৰাৰ দৰে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে ৷ কিন্তু ৰহস্যজনকভাৱে পৌৰপতি জয়ন্ত বৰুৱা আৰু আন দুগৰাকী ৱাৰ্ড কমিচনাৰ ক্ৰমে প্ৰদীপ দাস আৰু ধীৰজ সিঙে সংবাদমেলত অনুপস্থিত থকাটো ৰহস্যজনক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৈকুন্ঠী সত্ৰাধিকাৰক সামাজিক মাধ্যমত অপমানসূচক বক্তব্যৰে সমালোচনাপৱন শৰ্মা বৰাৰ
মাজুলীৰ ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ শংকৰদেৱ বঁটাবিজয়ী সাহিত্য অকাদেমীৰ...
સાયણ પ્રાથમિક શાળામાં આનંદમેળાનું ભવ્ય આયોજન
સાયણ પ્રાથમિક શાળામાં આનંદમેળાનું ભવ્ય આયોજન
બગસરા માર્કેટીંગ યાર્ડ ખાતે ભાજપના કાર્યકર્તાઓનુ પ્રવાસી પરિચય બેઠકનું આયોજન કરવામાં આવ્યું
બગસરા માર્કેટીંગ યાર્ડ ખાતે ભાજપના કાર્યકર્તાઓનુ પ્રવાસી પરિચય બેઠકનું આયોજન કરવામાં આવ્યું
कोलकाता रेप-मर्डर केस पर पहली बार राष्ट्रपति का बयान आया सामने,जानिए क्या कुछ कहा
राष्ट्रपति द्रौपदी मुर्मू ने कोलकाता में ट्रेनी डॉक्टर से रेप-मर्डर केस पर बुधवार (28 अगस्त) को...