অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল সোণাৰি। অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী পালন। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।

অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকাৰ এককালীন সাহায্য অতি শীঘ্ৰে আদায় দিয়া, অঙ্গনৱাড়ী কেন্দ্ৰ একত্ৰিকৰণ বন্ধ কৰাৰ লগতে সকলোবোৰ অঙ্গনৱাড়ী কেন্দ্ৰৰ আন্তঃগাথঁনি উন্নীত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।