*গোলাঘাট জিলাৰ বোকাখাতৰ ডিফলু নৈৰ বৃটিছৰ দিনৰ ঐতিহাসিক ওলোমা দলঙৰ ওচৰত অঘটন।

#বাগিছাৰ ঐতিহাসিক ওলমা দলংৰ সমীপৰ মেলেং ডুবি'ত এই ঘটনা। বাগানৰ চাপাত চিঙি ডিফুল নৈ পাৰ হৈ  উভতি  আহোঁতে নদীত সোঁতত উটি গল ৬ গৰাকীকৈ মহিলা শ্ৰমিক।স্হানীয় লোকৰ তৎপৰতাত ৫ গৰাকী শ্ৰমিকক উদ্ধাৰ।

ববিতা ভূমিজ নামৰ আন এগৰাকী শ্ৰমিকক উটুৱাই নিলে নদীৰ সোঁতে। বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই মহিলাগৰাকীক।