ৰাজ্যচৰকাৰে কৰম।পূজাক লৈ দিয়া এখন জাননীক কেন্দ্ৰ কৰি ৰাজ্যযুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে মঙ্গলবাৰে।বাগিচাই বাগিচাই শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা।পৰিলক্ষিত হয়। কিয়নো চাহ জনগোষ্ঠীয় সংগঠন সমুহৰ লগতে চাহশ্ৰমিক সকলে দীৰ্ঘ দিনৰ পৰা কৰম পূজাত বাগিচা বন্ধ।দিবলৈ আহ্বান জনাই।আহিছিল। যদিও চৰকাৰে এইবাৰো কায্য্যকৰীনকৰিলে। ইয়াৰ সলনি চৰকাৰে মজুৰিসহ ছুটিৰ পৰিবৰ্তে বদলিসহ ছুটি দিয়াৰ বাবে জাননী জাৰি কৰিলে। অৰ্থাৎ কৰম পূজাত ছুটি ললে এই ছুটিৰ সলনি আন এদিন অতিৰিক্ত ভাৱে বাগিচাত কাম কৰিব লাগিব শ্ৰমিকসকলে। ইয়াৰ পিছতে বাগিচাই বাগিচাই আৰম্ভ হ'ল শ্ৰমিকৰ চাহ শ্ৰমিকৰ ভোটেৰে শাসনৰ গাদীপ্ৰতিবাদ। দখল কৰা বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক কঠোৰ সমালোচনা কৰিলে প্ৰাক্তন কগ্ৰেছ মন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতাএতুৱা মুণ্ডাই। মৰানত কংগ্ৰেছ নেতাজনে চৰকাৰক সমালোচনা কৰি কয়, চৰকাৰে কৰম।পূজাক অপমান কৰিছে। ।মোডী ডিব্ৰুগড়লৈ আহোতে বাগিচাবন্ধ দিছিল আৰু শ্ৰমিকক মজুৰি দিছিল। কিন্তু কৰম পূজাত শ্ৰমিকক মজুৰি সহছুটি দিয়া বন্ধ কৰি চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ কৰম পূজাক অপমান কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  તા, 17/8/2022 ની ટોપ હેડિંગ બી sms news update, વાચવાનું ભૂલતા નહિ 
 
                      અમૂલનું દૂધ આજથી લિટરે 2 રૂપિયા મોંઘું:
 
વડોદરામાં ATSએ 200 કિલો ને ભરૂચમાં 90 કિલો MD...
                  
   વોર્ડ નં ૧ માં  સફાઈનો અભાવ કોંગ્રેસ દ્વારા વિરોધ પ્રદર્શન કરાયુ 
 
                      વોર્ડ નં ૧ માં સફાઈનો અભાવ કોંગ્રેસ દ્વારા વિરોધ પ્રદર્શન કરાયુ
                  
   એનિમલ કેર ચેરીટેબલ ટ્રસ્ટ દ્વારા SNDT સ્કૂલ પાસે બીમાર નંદીને અબોલ તીર્થ ખાતે રિફર કરવામાં આવ્યો 
 
                      એનિમલ કેર ચેરીટેબલ ટ્રસ્ટ દ્વારા SNDT સ્કૂલ પાસે બીમાર નંદીને અબોલ તીર્થ ખાતે રિફર કરવામાં આવ્યો
                  
   पन्ना पुलिस द्वारा फरार आरोपी को किया गया गिरफ्तार 
 
                       
 
पुलिस मुख्यालय भोपाल द्वारा नशा मुक्ति के संबध मे चलाये जा रहे अभियान को दृष्टिगत...
                  
   
  
  
  
  
   
  