ৰাজ্যচৰকাৰে কৰম।পূজাক লৈ দিয়া এখন জাননীক কেন্দ্ৰ কৰি ৰাজ্যযুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে মঙ্গলবাৰে।বাগিচাই বাগিচাই শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা।পৰিলক্ষিত হয়। কিয়নো চাহ জনগোষ্ঠীয় সংগঠন সমুহৰ লগতে চাহশ্ৰমিক সকলে দীৰ্ঘ দিনৰ পৰা কৰম পূজাত বাগিচা বন্ধ।দিবলৈ আহ্বান জনাই।আহিছিল। যদিও চৰকাৰে এইবাৰো কায্য্যকৰীনকৰিলে। ইয়াৰ সলনি চৰকাৰে মজুৰিসহ ছুটিৰ পৰিবৰ্তে বদলিসহ ছুটি দিয়াৰ বাবে জাননী জাৰি কৰিলে। অৰ্থাৎ কৰম পূজাত ছুটি ললে এই ছুটিৰ সলনি আন এদিন অতিৰিক্ত ভাৱে বাগিচাত কাম কৰিব লাগিব শ্ৰমিকসকলে। ইয়াৰ পিছতে বাগিচাই বাগিচাই আৰম্ভ হ'ল শ্ৰমিকৰ চাহ শ্ৰমিকৰ ভোটেৰে শাসনৰ গাদীপ্ৰতিবাদ। দখল কৰা বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক কঠোৰ সমালোচনা কৰিলে প্ৰাক্তন কগ্ৰেছ মন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতাএতুৱা মুণ্ডাই। মৰানত কংগ্ৰেছ নেতাজনে চৰকাৰক সমালোচনা কৰি কয়, চৰকাৰে কৰম।পূজাক অপমান কৰিছে। ।মোডী ডিব্ৰুগড়লৈ আহোতে বাগিচাবন্ধ দিছিল আৰু শ্ৰমিকক মজুৰি দিছিল। কিন্তু কৰম পূজাত শ্ৰমিকক মজুৰি সহছুটি দিয়া বন্ধ কৰি চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ কৰম পূজাক অপমান কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हर घर को शुद्ध पेयजल और हर खेत को सिंचाई का पानी पहुंचाना हमारा संकल्प: ऊर्जा मंत्री हीरालाल नागर
ऊर्जा मंत्री हीरालाल नागर ने बुधवार को सांगोद में 1 करोड़ 90 लाख रुपए से अधिक की लागत से होने...
Rajasthan के Tonk में PM Modi ने मुस्लिम आरक्षण का मुद्दा उठाया | BJP Vs Congress | PM Modi Speech
Rajasthan के Tonk में PM Modi ने मुस्लिम आरक्षण का मुद्दा उठाया | BJP Vs Congress | PM Modi Speech
14 ऑक्टोबरला जिल्हा नियोजन समितीची बैठक
रत्नागिरी : शुक्रवार 14 ऑक्टोबर 2022 रोजी सकाळी 11.00 वाजता अल्पबचत सभागृह, जिल्हाधिकारी कार्यालय...
চিলাপথাৰৰ বাৰূৱতীত কৃতী ছাত্র ছাত্ৰীক সম্বৰ্ধনা
চিলাপথাৰৰ বাৰূৱতীত কৃতী ছাত্র ছাত্ৰীক সম্বৰ্ধনা
চিলাপথাৰৰ বাৰূৱতী কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল...
एक नराधम मुलगा आपल्या आईसोबत इतका निघृणपणे कसा वागू शकतो?
जत: आईचे लेकरावर किती उपकार असतात हे एक मुलगा किंवा मुलीशिवाय कोण ओळखू शकणार नाही. आई आपल्या...