অহা মাৰ্চ মাহত ধেমাজিত অনুষ্ঠিত হ'ব সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ ৰাজ্যিক শিশু সমাৰোহ ৷ ইতিমধ্যে আদৰণী সমিতিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷ প্ৰায় ৩ সহস্ৰাধিক শিশুৰ সমাাবেশৰ সম্ভাৱনা থকা ৰাাজ্যিক শিশু সমাৰোহৰ আদৰণী সমিতিৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ১৪ চেপ্তেম্বৰত ধেমাজি মহাবিদ্যালয়ৰ সভাগৃহত দিনৰ ১১ বজাত আহ্বান কৰা হৈছে ৷ বাজেট গ্ৰহণ , নতুন উপসমিতি গঠনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলগীয়া উক্ত সভাত আদৰণী সমিতিৰ বিষয়ববীয়া , প্ৰতিখন উপসমিতিৰ সভাপতি _ সম্পাদক তথা সহকাৰী সম্পাদকৰ উপস্হিতিৰ কামনা কৰিছে আদৰণী সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি দত্তই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ajit Pawar का चाचा Sharad Pawar को 'जलाने' वाला कदम, सरकारी बंगले को ही बनाया NCP दफ्तर..
Ajit Pawar का चाचा Sharad Pawar को 'जलाने' वाला कदम, सरकारी बंगले को ही बनाया NCP दफ्तर..
মুক্তিযোদ্ধা প্ৰয়াত তৰুণ চন্দ্ৰ পামেগাম দেৱৰ কৰ্মজীৱন শীৰ্ষক ৰচনা, পামেগাম দেৱৰ আলোকচিত্ৰ অংকন প্ৰতিযোগিতা আয়োজন
‘সমন্বয় আৰু সমাজ সংস্কাৰৰ বাৰ্তাবাহক’
বহুমুখী প্ৰতিভাৰ আকৰ, অসম সাহিত্য...
ગુજરાત માં અનોખી તુલા..
વાહ,, ડીસા ના ધારાસભ્ય ની નોટબુક તુલા યોજાઈ..
ગુજરાત વિધાનસભાની ચૂંટણી પૂર્ણ થઈ...
સમગ્ર દેશમાં અંદાજે સવા કરોડ ઘર લોકોને આપવામાં આવ્યા, 2014 પહેલા ગરીબોના ઘર માટે 20 હજાર કરોડની જોગવાઇ હતી - PM મોદી
આજરોજ ગાંઘીનગર ખાતે ભારતીય જનતા પાર્ટી સુશાસન વિભાગ દ્વારા બે દિવસય ચાલનારો રાષ્ટ્રીય મેયર...
Toyota Taisor का Limited Edition हुआ लॉन्च, 31 October तक खरीदने वालों को होगा बड़ा फायदा
जापानी वाहन निर्माता Toyota की ओर से भारतीय बाजार में कई सेगमेंट में वाहनों की बिक्री की जाती है।...