অহা মাৰ্চ মাহত ধেমাজিত অনুষ্ঠিত হ'ব সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ ৰাজ্যিক শিশু সমাৰোহ ৷ ইতিমধ্যে আদৰণী সমিতিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷ প্ৰায় ৩ সহস্ৰাধিক শিশুৰ সমাাবেশৰ সম্ভাৱনা থকা ৰাাজ্যিক শিশু সমাৰোহৰ আদৰণী সমিতিৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ১৪ চেপ্তেম্বৰত ধেমাজি মহাবিদ্যালয়ৰ সভাগৃহত দিনৰ ১১ বজাত আহ্বান কৰা হৈছে ৷ বাজেট গ্ৰহণ , নতুন উপসমিতি গঠনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলগীয়া উক্ত সভাত আদৰণী সমিতিৰ বিষয়ববীয়া , প্ৰতিখন উপসমিতিৰ সভাপতি _ সম্পাদক তথা সহকাৰী সম্পাদকৰ উপস্হিতিৰ কামনা কৰিছে আদৰণী সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি দত্তই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नविका ने वेस्ट जोन में जीता स्वर्ण पदक, राष्ट्रीय स्तर पर करेगी प्रतिनिधित्व
नविका ने वेस्ट जोन में जीता स्वर्ण पदक, राष्ट्रीय स्तर पर करेगी प्रतिनिधित्वबूंदी। हाल ही में...
Amit Shah Assam Visit: 2nd Assembly, Mising Festival
In a significant political and developmental move ahead of the crucial Assam Assembly elections...
कर्नाटक में सिद्धारमैया सरकार का बड़ा एलान, एक राष्ट्र, एक चुनाव, NEET के प्रस्ताव को दी मंजूरी
बेंगलुरु। कर्नाटक की सिद्धारमैया सरकार ने सोमवार रात को कैबिनेट बैठक कर कई बड़े अहम...
ગેગડીયા ચોકડી ખાતે પુર ઝડપે મોટરસાયકલ હંકારી આવતા ચાલક વિરુદ્ધ ગુનો નોંધાયો
ગેગડીયા ચોકડી ખાતે પુર ઝડપે મોટરસાયકલ હંકારી આવતા ચાલક વિરુદ્ધ ગુનો નોંધાયો
મળતી માહિતી અનુસાર...