খুমটাইৰ গৰঙা চাহ বাগিচাৰ ৰাইজে নিজৰ ধনেৰে নিৰ্মাণ কৰি উলিয়াইছে মা কালী মন্দিৰ আৰু এটা বৃহৎ শিৱ লৃংগ ৷ ২০০০ চনৰ পৰা গৰঙা বাগিচাৰ শ্ৰমিক ৰাইজে তেওঁলোকৰ মজুৰিৰ পৰা ২০ টকাকৈ জমা কৰি আহিছিল মন্দিৰৰ নামত । আৰু সেই টকাৰেই নিৰ্মাণ কৰিলে মা কালী মন্দিৰ আৰু ২৫ ফুট উচ্চতাৰ শিৱলিংগটো । মা-কালীৰ মন্দিৰ নিৰ্মাণ কৰাৰ লগতে মুকলিকৈ নিৰ্মাণ কৰিছে বৃহৎ লৃংগটো । উল্লেখ যে অক্টোবৰ মাহত মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰি মুকলি কৰা হ’ব দৰ্শনাৰ্থীৰ বাবে ৷
চাহ বাগিচাৰ ৰাইজে নিজৰ ধনেৰে নিৰ্মাণ কৰি উলিয়াইছে মা কালী মন্দিৰ আৰু এটা বৃহৎ শিৱ লৃংগ ৷ কিন্তু ক’ত?
![](https://i.ytimg.com/vi/SY1L79YuDZk/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)