খুমটাইৰ গৰঙা চাহ বাগিচাৰ ৰাইজে নিজৰ ধনেৰে নিৰ্মাণ কৰি উলিয়াইছে মা কালী মন্দিৰ আৰু এটা বৃহৎ শিৱ লৃংগ ৷ ২০০০ চনৰ পৰা গৰঙা বাগিচাৰ শ্ৰমিক ৰাইজে তেওঁলোকৰ মজুৰিৰ পৰা ২০ টকাকৈ জমা কৰি আহিছিল মন্দিৰৰ নামত । আৰু সেই টকাৰেই নিৰ্মাণ কৰিলে মা কালী মন্দিৰ আৰু ২৫ ফুট উচ্চতাৰ শিৱলিংগটো । মা-কালীৰ মন্দিৰ নিৰ্মাণ কৰাৰ লগতে মুকলিকৈ নিৰ্মাণ কৰিছে বৃহৎ লৃংগটো । উল্লেখ যে অক্টোবৰ মাহত মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰি মুকলি কৰা হ’ব দৰ্শনাৰ্থীৰ বাবে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ বিশেষ টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ
চৰাইদেউৰ সাপেখাতিত উপায়ুক্তৰ দ্বাৰা বাদ পৰি যোৱা শিশু সকলৰ বিশেষ টীকাকৰণ অভিযান- ০.২ -ৰ...
शिक्रापूर ग्रामपंचायत समोर कचऱ्याचे ढीग, नागरिकांच्या आरोग्याचा निर्माण होऊ शकतो प्रश्न?
शिक्रापूर ग्रामपंचायत समोर कचऱ्याचे ढीग, नागरिकांच्या आरोग्याचा निर्माण होऊ शकतो प्रश्न?
बिजली चेकिंग के नाम पर हो सकता है #fraud #2024
बिजली चेकिंग के नाम पर हो सकता है #fraud #2024