বিকশিত অসমৰ এক জীয়া ছবি

*ভাৰত স্বাধীন ৭৬ বছৰ অতিক্রম কৰাৰ পিছতো উন্নয়নে ধুকি নোপোৱা এখন অঞ্চল

প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ সাকোৰে নিতৌ বিপদসংকুল ভাবে পাৰাপাৰ শ শ যাত্ৰীৰ ।