পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ ২৫ বৰ্ষপূৰ্ত্তি উপলক্ষে ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । প্ৰস্তুতিৰ অংশ হিচাপে সোমবাৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আন্তঃগাঁথনিৰ কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপেন চন্দ্ৰ ডেকা, সহকাৰী শিক্ষক জীৱন বৰুৱা আৰু সচিব ৰমেশ ডেকাই আঁতধৰা আধাৰশিলা স্থাপন অনুষ্ঠানত স্থায়ী পতাকা বেদীৰ আধাৰশিলা স্থাপন কৰে সুৰেন্দ্ৰ বৰুৱাই, স্মৃতিবেদীৰ আধাৰশিলা স্থাপন কৰে ৰূপনাথ কলিতাই, সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে খিতেশ্বৰ কলিতাই, সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ৰন্তিৰাম বৰুৱাই ৷ একেদৰে ৰূপালী জয়ন্তী ভৱনৰ আধাৰশিলা স্থাপন কৰে দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে আৰু স্থায়ী তোৰণৰ আধাৰশিলা স্থাপন কৰে কমলেশ্বৰ বৰুৱাই ৷ ইয়াৰ পিছতে বিদ্যালয়ৰ শিক্ষক জীৱন বৰুৱাৰ কথা আৰু সুৰেৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিবেশন কোৰাচেৰে আৰম্ভ হোৱা অৱসৰী শিক্ষক সকলৰ অন্তৰঙ্গ অনুষ্ঠানটি সঞ্চালনা কৰে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কনকচন্দ্ৰ কাকতিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Students of Nitya Bidyalaya of Dhakuakhana || Wall painting event on environment protection
ঢকুৱাখনাত ৰং তুলিকাৰে ৰাজপথ সেউজীয়া কৰা লক্ষ্য এদল কণমানি। || ঢকুৱাখনা নাট্য বিদ্যালয়ৰ বিশেষ...
तरुणीला स्वॅग पडला महागात, मुलाकडे पाहात स्टाईल मारताना घडलं असं काही की... । Funny Video Viral.....
तरुणीला स्वॅग पडला महागात, मुलाकडे पाहात स्टाईल मारताना घडलं असं काही की... । Funny Video Viral.....
অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ জামিন মঞ্জুৰ
উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নিলম্বিত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক আয়তকৈ অধিক...
માગોનો ઉકેલ ન આવતા ગીર જંગલમાં ફરજ બજાવતા વનરક્ષકો-વનપાલ કર્મીઓમાં રોષ; અચોક્કસ મુદતની હડતાલ પર ઉતર્યા
ગીર જંગલમાં ફરજ બજાવતા વનરક્ષક અને વનપાલ સહિતના 400 જેટલા કર્મચારીઓ ગ્રેડ પે વધારવા અને...
ડીસામાં એક હોસ્પિટલમાં દર્દીનું ડોક્ટરની બેદરકારીથી મોત થતાં હંગામો મચાવ્યો
ડીસાની ભણસાલી હોસ્પિટલમાં તબિબની બેદરકારીના કારણે દર્દીનુ મોત થયું હોવાના ગંભીર આક્ષેપો સાથે...