দুৰ্নীতি শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰলদনি উন্নয়ন খণ্ড কাৰ্যালয়ত উত্তাল প্ৰতিবাদ কৃষক মুক্তিৰ। বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৩খন গাওঁ পঞ্চায়ত PMAY(G) গৃহৰ দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদ। তাৰোপৰি প্ৰকৃত হিতাধিকাৰীক চৰকাৰী আৱাসগৃহ প্ৰদান কৰা, MGNREGA আচঁনিৰ দূৰ্নীতিৰ তদন্ত কৰি আইনী ব্যৱস্থাৰ গ্ৰহন কৰা, জৰ্বকাডৰ হিতাধিকাৰীক ১০০ দিনৰ কাম প্ৰদান কৰা, অৰুনোদয় আচঁনিৰ প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰা আদিৰ দাবীত উত্তাল প্ৰতিবাদ কৰে দুই শতাধিক প্ৰতিবাদকাৰীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Car Driving Tips : ठंड में कार से ट्रिप पर जाते समय रखें इन बातों का ख्याल, नहीं होंगे बीच रास्ते में परेशान
Car Driving Tips ट्रिप पर जाने से पहले आपको कुछ सावधानियां बरतने की जरूरत है। हमेशा बर्फ या बर्फ...
ઘોર કળયુગ હવામાન પણ ગોથે ચડ્યુ ઠંડી, કરા, વરસાદ, તેઝ પવન, સાથે ત્રણેય રૂતુ નો સંગમ,
ઘોર કળયુગ હવામાન પણ ગોથે ચડ્યુ ઠંડી, કરા, વરસાદ, તેઝ પવન, સાથે ત્રણેય રૂતુ નો સંગમ,
માનવામાં ના આવે તેવી ઘટના...
માન્યામાં ના આવે તેવો કિસ્સો: ડૉક્ટરોએ મૃત જાહેર કરેલી 102 વર્ષીય અમ્મા અચાનક થઈ જીવિત,,ઉત્તરાખંડ...
Rakesh riyan Programme || Central Town Rangali Bihu |Dhakuakhana
Rakesh riyan Programme || Central Town Rangali Bihu |Dhakuakhana