◆যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আজি শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী পুঁথিভড়ালৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়োৱা "আনন্দৰাম বৰুৱা বঁটা"প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলাখনৰ শীৰ্ষ স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰী কেইজনৰ লগতে ষ্টাৰ আৰু ডিষ্টিংশ্যন প্ৰাপ্ত কেইবাজনো ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক ভাৱে প্ৰশংসাপত্ৰ প্ৰদান কৰে৷উল্লেখ্য যে, জিলাখনৰ মুঠ ১১২৩ গৰাকী মেধাবী ছাত্ৰ ছাত্ৰীয়ে বঁটা হিচাপে আজি ১৬০০০ কৈ টকা পাবলৈ সক্ষম হৈছে৷ ষ্টাৰ নম্বৰ আৰু তাতকৈ অধিক নম্বৰ লাভ কৰা তথা প্ৰতিজন কৃতিত্ব সহকাৰে উৰ্ত্তিণ হোৱা ছাত্ৰ ছাত্ৰীয়ে আজি ইতিমধ্যে অনলাইন যোগে বেংক একাউন্টত উক্ত টকা লাভ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Coal India: 5500 करोड़ मुनाफे के बाद बंपर डिविडेंड का एलान, शेयर बाजार में लुढ़के कंपनी के शेयर
नई दिल्ली, बिजनेस डेस्क। सार्वजनिक क्षेत्र की कंपनी कोल इंडिया ने चौथी तिमाही के नतीजे जारी...
Ghosi Byelection:सरकार पर Akhilesh का बड़ा आरोप, घोसी में सरकारी तंत्र के दुरुपयोग का डर । ABP Ganga
Ghosi Byelection:सरकार पर Akhilesh का बड़ा आरोप, घोसी में सरकारी तंत्र के दुरुपयोग का डर । ABP Ganga
સાબરકાંઠામાં વડાલીમાં રિલાયન્સ ફાઉન્ડેશન દ્વારા પર્યાવરણ બાબતે પંચાયતોને સક્રિય કરવા આયોજન કરાયુ
સાબરકાંઠા જિલ્લાના વડાલી તાલુકા પંચાયત ખાતે વડાલી તાલુકા વિકાસ અધિકારી શ્રી બળવંતસિંહ રાજપૂતની...
Palanpur News : પાલનપુરમાં RTO કચેરી બહાર ACBએ પકડ્યો લાંચિયા એજન્ટને
Palanpur News : પાલનપુરમાં RTO કચેરી બહાર ACBએ પકડ્યો લાંચિયા એજન્ટને