কলাইগাঁৱৰ কেন্দুকলাই ভবনত সদৌ অসম নাথ যোগী সন্মিলনী কলাইগাও শাখা নাথ যোগী সন্মিলনীৰ উদ্যোগত ২০২২বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।আজি এই অনুষ্ঠানত ১০গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে আমন্ত্ৰিত অতিথি সকল।

লগতে উপস্থিত থাকে বিটি চিৰ ই এম দিগন্ত বৰুৱা।